• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো ‘গ্ৰাম স্বৰাজ অভিযান’ ৰূপায়ণ জিলা প্ৰশাসনৰ

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , April 20, 2018 11:39 pm

1 min read

'গ্ৰাম স্বৰাজ অভিযান'
70
VIEWS
Share on FacebookShare on Twitter

দেশৰ সংবিধানৰ মূল প্ৰণেতা ড0 ভীমৰাও আম্বেদকাৰৰ ১২৭সংখ্যক জন্ম-জয়ন্তীৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে ১৪ এপ্ৰিলৰ পৰা ৬মে’ লৈ দেশজুৰি আৰম্ভ কৰা গ্ৰাম স্বৰাজ অভিযান মাজুলীটো ৰূপায়ন কৰিছে জিলা প্ৰশাসনে।

এই অভিযানৰ অংশ হিচাপে আজি(শুকুৰবাৰ) নামনি মাজুলীৰ চিলাকলা গাঁও পঞ্চায়তত এখন ‘উজ্বলা পঞ্চায়ত’ প্ৰশাসনে অনুষ্ঠিত কৰে। প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনা সন্দৰ্ভত গাঁও পঞ্চায়তখনৰ এলেকাধীন দুখীয়া পৰিয়াল সমূহৰ লগতে স্থানীয় বাসিন্দাসকলৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে জিলা প্ৰশাসনে এই উজ্জ্বলা পঞ্চায়তৰ আয়োজন কৰে।

জিলা খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু আই অ’ চি ৰ সহযোগত আয়োজিত গ্ৰাম স্বৰাজ অভিযানৰ অধীনৰ উজ্জ্বলা পঞ্চায়তত সভাপতিত্ব কৰে গাঁও পঞ্চায়তৰ সভানেত্ৰী মীনাক্ষী মিলিয়ে।

ইফালে কাৰ্যসূচীৰ অংশ হিচাপে চুলাকলা গাঁও পঞ্চায়তৰ ২০ টা দুখীয়া পৰিয়ালৰ এগৰাকীকৈ মহিলা হিতাধিকাৰীক যোজনাৰ অধীনত বিনামূলীয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ, ষ্টোভ, বাৰ্ণাৰ আদি সহ এল পি জি গ্ৰাহকৰ কাৰ্ড বিতৰণ কৰে।

তাৰোপৰি এই আঁচনিৰ অধীনত এনে বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ লাভ কৰা গাঁও পঞ্চাতখনৰ অন্তৰ্গত দুখীয়া পৰিয়ালৰ মহিলা হিতাধিকাৰী সকলৰ পৰা আঁচনিখনৰ জৰিয়তে লাভ কৰা সুফল সন্দৰ্ভত মুকলি মত বিনময়ৰ এক অনুষ্ঠানো অনুষ্ঠিত কৰে।

Recent News

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd