• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামেৰী ইক’কেম্পত বিশ্ব মৎস্য প্ৰব্ৰজন দিৱস উদযাপন

এনই নাও নিউজ by এনই নাও নিউজ
April 22, 2018 2:38 pm
WhatsApp
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰব্ৰজন কৰা মাছৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণক সজাগ কৰা, লগতে নদীৰ সুস্থ পৰিৱেশতন্ত্ৰ ৰক্ষাৰ প্ৰয়োজনীয়তা, নদীকেন্দ্ৰিক লোকসকলৰ ভৱিষ্যৎ সুৰক্ষাৰ বিশ্বযোৰা প্ৰচেষ্টাত তেজপুৰৰ নামেৰী ইক’কেম্পত উদযাপিত হ’ল ‘বিশ্ব মৎস্য প্ৰব্ৰজন দিৱস’।

‘আছাম এংগ্লিং এণ্ড কনজাৰভেশ্যন এছ’চিয়েশ্যন’ (Assam (Bhorelli) Angling& Conservation Association)ৰ উদ্যোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে হাফলঙৰ বিধায়ক তথা এবিএচিএৰ সভাপতি বি বি হাগজেৰে।

Apply Now

আনাহতে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি কল্ড ৱাটাৰ ফিচাৰিছ ইনষ্টিটিউটৰ সঞ্চালক দেৱজিত শৰ্মাৰ লগতে আন দুজন মীন বিজ্ঞানী বিশ্ব মৎস্য প্ৰব্ৰজন দিৱসৰ গুৰুত্বৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে।

উল্লেখযোগ্য যে এই দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতামূলক চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। য’ত ভিন্ন স্থানৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।

eপ্ৰসংগক্ৰমে উল্লেখযোগ্য যে অনুষ্ঠানটোত উপস্থিত থাকি অধ্যাপক এনআৰ চট্ৰোপাধ্যাই, এ বৰগোহাঁই আৰু মীন বিশেষজ্ঞ ড০ ৰঞ্জিতা বনিয়াই ‘বিশ্ব মৎস্য প্ৰব্ৰজন দিৱস’ সন্দৰ্ভত বাখ্যা আগবঢ়ায়।

এই দিৱসটো সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ অৰ্থে অনুষ্ঠানটোত উপস্থিত সকলৰ  মাজত প্ৰচাৰ পত্ৰিকাও বিতৰণ কৰা হয়। চলিত বৰ্ষৰ দিৱসটোৰ বিষয়বস্তু হ’ল ‘মাছ, নদী আৰু মানুহৰ সংযোজীকৰণ’ (Connecting Fish, Rivers And People)।

জীৱ- জগতৰ আটাইতকৈ সুন্দৰ সৃষ্টি হ’ল— মৎস। এই জীৱ বিধৰ জীৱন পানীতেই আৰম্ভ হৈ পানীতেই শেষ। নদ- নদী, খাল- বিল, জলাশয়, জান- জুৰি, পুখুৰীৰ পৰা আৰম্ভ কৰি বিশাল সাগৰলৈ ইয়াৰ বিস্তৃতি। কেতিয়াবা মাছে নিজৰ আৱাস স্থল এৰি  আন স্থানলৈ গতি কৰে। মাছৰ এই প্ৰব্ৰজন কেই মিটাৰমানো হ’ব পাৰে বা হাজাৰ হাজাৰ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে। কিছুমানে মাছে আকৌ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে প্ৰব্ৰজন কৰে।

সাধাৰণতে প্ৰতিকূল পৰিৱেশৰ পৰা পৰিত্ৰাণ বিচাৰি, বা মৎস্যৰ সন্ধানত অথবা প্ৰজননৰ বাবে উপযুক্ত আশ্ৰয়স্থল বিচাৰি মাছে প্ৰব্ৰজন কৰে বুলি বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে। এই প্ৰব্ৰজনকাৰী মাছসমূহে সমগ্ৰ বিশ্বৰ নদীসমূহৰ মাজত যোগসূত্ৰ স্থাপনৰ কৰি আহিছে।

উল্লেখযোগ্য যে মাছৰ স্বাৰ্থতে গঠন কৰা হৈছিল ‘ৱৰ্ল্ড ফিছ মাইগ্ৰেশ্যন ফাউণ্ডেশ্যন’। এই সংস্থাটোৱে আন কিছুমান সংস্থাৰ লগ লাগি ২০১৪ চনৰ ২৪ মে’ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় ‘বিশ্ব মৎস প্ৰব্ৰজন দিৱস’। উত্তৰ- পূৰ্বাঞ্চলৰ বহু বিশিষ্ট লোকৰ অংশগ্ৰহণেৰে নামেৰীৰ ইক’কেম্পত উদযাপন কৰা হ’ল ‘বিশ্ব মৎস্য প্ৰব্ৰজন দিৱস’।

 

 

এনই নাও নিউজ

এনই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd