DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত গড়কাপ্তানি পথ নিৰ্মাণত ব্যাপক দূৰ্নীতি: ৰাইজে বখলিয়াই পেলালে নিম্ন মানৰ পকী পথ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 22, 2018 6:39 pm
138
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘ দিন ধৰি জৰাজীৰ্ণ বাট পথৰ দূৰৱস্থাই মাজুলীবাসীক জ্বলা-কলা খুৱাই অহাৰ পিছত শেহতীয়াকৈ বাট-পথ সমূহৰ নিৰ্মাণত জড়িত বিভাগীয় ঠিকাদাৰ সকলে ব্যাপক দূৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উঠিছে।

অভিযোগ মতে কাম আৰম্ভ হোৱা পথ সমূহৰ নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় ঠিকাদাৰ সকলে প্ৰাক-কলন অনুযায়ী পথসমূহ নিৰ্মাণ নকৰি দূৰ্নীতি আৰু অনিয়মত লিপ্ত হোৱাত নিৰ্মাণৰ পিছতে একাংশ নিৰ্মীয়মান পথ জহি খহি নষ্ট হ’বলৈ ধৰিছে।

মাজুলীৰ গুৱলাবাৰী গড়মূৰ সংযোগী পথটো নিৰ্মাণৰ বেলিকা ব্যাপক দূৰ্নীতি সংঘটিত কৰা অভিযোগ তুলি স্থানীয় ৰাইজে আজি প্ৰায় এক কি মি দৈঘ্যৰ গড়কাপ্তানি পথটো বখলা বখলকৈ এৰুৱাই পেলাই।

উল্লেখযোগ্য যে অতি নিম্ন মাণদণ্ডৰে নিৰ্মাণ কৰা পথটো হাতেৰে দাঙি দিলটে চবকা চবকৈ উঠি আহে ৰাস্তাৰ অংশ সমুহ।

খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিতে বিভাগ আৰু ঠিকাদাৰৰ এনে কাণ্ডত ক্ষোভত ফাটি পৰিছে অঞ্চলবাসী।

এইক্ষেত্ৰত মাজুলী গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু সহকাৰী কাৰ্যবাহী অভিযন্তাৰ প্ৰত্যক্ষ সহযোগতে ঠিকাদাৰে নিজ খেয়াল খুচিমতে নিম্নমানদণ্ডৰ সামগ্ৰীৰে পথসমূহ নিৰ্মাণ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

Recent News

Street play গুৱাহাটীৰ ৰাজপথত ড্ৰাগছ গ্ৰহণকাৰী আৰু লেডী ড্ৰাগছ পেডলাৰৰ সন্ত্ৰাস!

Street play গুৱাহাটীৰ ৰাজপথত ড্ৰাগছ গ্ৰহণকাৰী আৰু লেডী ড্ৰাগছ পেডলাৰৰ সন্ত্ৰাস!

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd