• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

’৮৪ৰ শিখ গণহত্যা এৰাই চলিব পৰা গ’লহেঁতেন: মনমোহন সিং

প্ৰাক্তন প্ৰধান মন্ত্ৰী নৰ্সিমহা ৰাওৰ পুত্ৰ, বিজেপি নেতা এন ভি সুভাষে সিঙৰ মন্তব্য “অগ্ৰহণযোগ্য” বুলি কৈছে।

এন ই নাও নিউজ by এন ই নাও নিউজ
December 5, 2019 9:39 pm
1984 Sikh massacre could have been avoided: Manmohan Singh

মনমোহন সিঙৰ ফাইল ছবি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙে বুধবাৰে কৈছে যে তদানীন্তন গৃহ মন্ত্ৰী নৰ্সিমহা ৰাৱে ইন্দৰ কুমাৰ গুজৰালৰ পৰামৰ্শ মানি লোৱাহ’লে ১৯৮৪ৰ শিখ গণহত্যা হয়তো এৰাই চলিব পৰা গ’লহেঁতেন।

সিঙে কয় যে ইন্দিৰা গান্ধীক হত্যাৰ পিছতে “গুৰুতৰ” পৰিস্থিতি মোকাবিলাৰ বাবে গুজৰালে তদানীন্তন গৃহ মন্ত্ৰী ৰাওক যিমান পাৰি সোনকালে সেনা মোতায়েনৰ পৰামৰ্শ দিছিল।

Apply Now

“সেই পৰামৰ্শ মনা হ’লে হয়তো ১৯৮৪ত ঘটা গণহত্যা এৰাই চলিব পৰা গ’লহেঁতেন,” ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী (১৯৯৭-৯৮)গুজৰালৰ এশ বছৰীয়া জন্ম জয়ন্তীৰ এক অনুষ্ঠানত প্ৰদান কৰা ভাষণত সিঙে কয়।

কিন্তু প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাওৰ পুত্ৰ, বিজেপি নেতা এন ভি সুভাষে সিঙৰ মন্তব্য “অগ্ৰহণযোগ্য” বুলি কৈছে। আৰু কৈছে মন্তব্যটোৱে তেওঁক “আঘাত” দিছে।

“গৃহ মন্ত্ৰী এজনে কেবিনেট অনুমোদন নোহোৱাকৈ স্বাধীনভাৱে সিদ্ধান্ত ল’ব পাৰেনে?” ইণ্ডিয়ান এক্সপ্ৰেছত সুভাষৰ উদ্ধৃতি।

শিখ গণহত্যাৰ বাবে সংসদ আৰু দেশবাসীক সিং আৰু কংগ্ৰেছ নেত্ৰী ছনিয়া গান্ধীয়ে পূৰ্বেও ক্ষমা খুজিছিল।

“অকল শিখ সম্প্ৰদায়কে নহয়, গোটেই দেশকে ক্ষমা খুজিবলৈ মোৰ অলপো সংকোচ নাইI মই মূৰ তল কৰো যে এনে ঘটনাও ঘটিছিল,” ২০০৫ চনত ৰাজ্য সভাত সিঙে কৈছিল।

ইন্দিৰা গান্ধীক তেওঁৰ চাৰিজন শিখ দেহৰক্ষীয়ে ১৯৮৪ চনত গুলীয়াই হত্যা কৰাৰ পিছত দেশ কঁপোৱা গণহত্যাটো সংঘটিত হৈছিল।

ৰাজধানী নতুন দিল্লীত ভয়ানক ৰূপ লোৱা এই গণহত্যাকাণ্ডত দেশজুৰি ৩০০০তকৈয়ো শিখ লোকক হত্যা কৰা হৈছিল।

বহুকেইজন কংগ্ৰেছ নেতা শিখ গণহত্যাত উন্নত্ত জনতাক নেতৃত্ব দিয়াৰ অভিযোগত অভিযুক্ত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd