• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৯৯৩ৰ মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণৰ অভিযুক্ত নিৰুদ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2020 2:00 pm
file6wkzbdd7f1k140lomc8-1579232885

সংগৃহীত ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৯৩ চনৰ মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰনৰ ৬৮ বছৰীয়া অভিযুক্ত জালিছ আনছাৰী প্যেৰোলত থকা অৱস্থাত বৃহস্পতিবাৰে পুৱাৰ পৰা নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে।

যাৱৎজীৱন কাৰাবাস খাটি থকা দক্ষিণ মুম্বাইৰ মমিনপুৰাৰ নিবাসী জালিছ আনছাৰীয়ে দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত বোমা বিস্ফোৰণৰ সৈতে জড়িত আছিল বুলি এটা সূত্ৰই প্ৰকাশ কৰে।

Apply Now

ৰাজস্থানৰ আজমেৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ২১ দিনৰ প্যেৰোল লাভ কৰা আনছাৰীয়ে ১৭ জানুৱাৰি অৰ্থাৎ আজি কাৰাগাৰ কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰাৰ কথা আছিল বুলিও সূত্ৰটোৱে জনায়।

প্যেৰোলত থকা সময়কালত আনছাৰিক প্ৰতিদিনে আগ্ৰীপাডা আৰক্ষী থানাত ৰাতিপুৱা ১০.৩০ বজাৰ ১২ বজাৰ ভিতৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল।

কিন্তু বৃহস্পতিবাৰে থানাত হাজিৰ নহ’ল আনছাৰি। ইয়াৰ পিছতে সন্ধিয়া আনছাৰিৰ ৩৫ বছৰীয়া পুত্ৰ জাইদ আনছাৰীয়ে দেউতাক নিৰুদ্দেশ হৈ থকা বুলি থানাত গোচৰ দিয়া বুলি আৰক্ষী সূত্ৰই জনায়।

আৰক্ষীক দিয়া গোচৰ অনুসৰি, জালিছ আনছাৰীয়ে ৰাতিপুৱা সোনকালে বিচনাৰ পৰা উঠি পৰিয়ালৰ লোকক নামাজ পঢ়িব যাম বুলি কৈ ওলাই গৈছিল, কিন্তু ঘৰলৈ উভতি নাহিল।

ইফালে আনছাৰীৰ পুত্ৰৰ অভিযোগৰ ভিত্তিত আগ্ৰাপাডা আৰক্ষীয়ে নিৰুদ্দেশৰ গোচৰ ৰুজু কৰে।

মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ আৰু মহাৰাষ্ট্ৰ এ টি এছে আনছাৰীৰ সন্ধানত ইতিমধ্যে অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

SIMI আৰু ইণ্ডিয়ান মুজাহিদীনৰ দৰে সন্ত্ৰাসবাসী সংগঠনৰ সৈতে জড়িত থকা জালিছ আনছাৰী ‘ডক্টৰ বম’ বুলিও পৰিচিত। তেওঁ বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ সদস্যক বোমা বনোৱাৰো প্ৰশিক্ষণ প্ৰদান কৰিছিল।

২০০৮ চনৰ মুম্বাই বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত আনছাৰীক ২০১১ চনত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা(NIA) ই জেৰা চলাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd