• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 28, 2021 1:22 pm

1 min read

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান
555
VIEWS
Share on FacebookShare on Twitter

ভাৰতে দুই সপ্তাহতকৈ কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান কৰিছে।

ভাৰতত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ক’ভিড-১৯ টিকাকৰণ অভিযানটো যোৱা ১৬ জানুৱাৰি পৰা আৰম্ভ হৈছিল।

এই প্ৰয়াসক প্ৰশংসা কৰি মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে টুইটযোগে কয়, ‘বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানৰ অধীনত কভিড-১৯ ভেকচিনৰ ২ নিযুত পালি প্ৰদান কৰা ভাৰত আটাইতকৈ দ্ৰুততম দেশ হৈ পৰিছে’।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে ইয়াৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰাৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও টুইটাৰত আনন্দ প্ৰকাশ কৰিছে।

ভাৰতে জুলাইৰ শেষলৈ কমেও ৩০০ নিযুত লোকক টিকাকৰণ কৰাৰ লক্ষ্য বান্ধি লৈছে।

বৰ্তমান ভাৰতৰ লোকসকলক দুটা ভেকচিন প্ৰদান কৰি থকা হৈছে। এটা হ’ল-  ভাৰত বায়োটেক ইণ্টাৰনেশ্যনেল লিমিটেডৰ দ্বাৰা বিকশিত কোভাক্সিন আৰু আনটো হ’ল- চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ এষ্ট্ৰাজেনেকা ভেকচিন।

Recent News

Screenshot_20210304-173734_WhatsApp

কুইপ’ৰ দুই অপহৃত বিষয়াক মুকলি কৰি দিলে আলফা স্বাধীনে; প্ৰণৱ কুমাৰ গগৈৰ গৃহত উপস্থিত হৈ কি ক’লে কৌশিক ফুকনে?

অন্তিমখন টেষ্টতো ইংলেণ্ডৰ বেটিং বিপৰ্যয়, ভাৰতীয় স্পীনাৰৰ সফলতাৰ ধাৰা অব্যাহত

অন্তিমখন টেষ্টতো ইংলেণ্ডৰ বেটিং বিপৰ্যয়, ভাৰতীয় স্পীনাৰৰ সফলতাৰ ধাৰা অব্যাহত

Jiten Gogoi nomination.(1)

বোকাখাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাক্তন বিধায়ক জিতেন গগৈৰ মনোনয়ন দাখিল

24_12_2018-loot1_18782468

গোলাঘাট চহৰৰ মাজমজিয়াত দিন দুপৰতে চিলনী চোৰে লুটিলে ডেৰ লাখ টকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd