DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 12, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

২৫০ কুকুৰ হত্যাৰে প্ৰতিশোধ লোৱাৰ পিছত বন্দী হ’ল দুই বান্দৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 19, 2021 7:51 pm
Monkeys Caught for 'Revenge Killing' Of 250 Dogs
252
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ এখন গাঁৱত প্ৰায় ২৫০ টা কুকুৰৰ হত্যাত জড়িত থকাৰ অভিযোগত দুটা বান্দৰক বন্দী কৰা হৈছে। সংবাদ সংস্থা ANI ৰ বাতৰি অনুসৰি অঞ্চলটোত কুকুৰে এটা নৱজাতক বান্দৰ পোৱালীক হত্যা কৰাৰ পিছত প্ৰতিশোধ ৰূপে বান্দৰ দুটা এই হত্যাকাণ্ডক লিপ্ত হয়।

বিড ফৰেষ্ট অফিচাৰ শচীন কান্দে ANI ক কয়, “বহুতো পোৱালী হত্যাৰ সৈতে জড়িত দুটা বান্দৰক বিডৰ নাগপুৰ বন বিভাগৰ দলে বন্দী কৰিছে।

বান্দৰবোৰ নাগপুৰলৈ স্থানান্তৰিত কৰা হৈছে আৰু ওচৰৰ অৰণ্যত এৰি দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

স্থানীয় লোকে কয় যে বান্দৰবোৰে লাভুল গাঁৱত যোৱা কেইমাহমান ধৰি কুকুৰবোৰক হত্যা কৰি আহিছে। কুকুৰ পোৱালী দেখাৰ লগে লগে বান্দৰ কেইটাই পোৱালীটোক ওখ ঠাইলৈ লৈ যায় আৰু তাৰ পৰা দলিয়াই দিয়ে।

ANI এ জনোৱা অনুসৰি বান্দৰবোৰে স্কুললৈ যোৱা কিছুমান শিশুকো আক্ৰমণ কৰাৰ পিছত গাওঁবাসীয়ে ধাৰুৰৰ বন বিভাগৰ সৈতে যোগাযোগ কৰে।

এই অদ্ভুত ঘটনাটোৱে কেৱল গাওঁবাসী আৰু কৰ্তৃপক্ষৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰাই নহয়, সামাজিক মাধ্যমতো আমোদৰ সৃষ্টি কৰিছে।

ছ’চিয়েল মিডিয়াত বহু লোকে ‘বান্দৰ বনাম কুকুৰ যুদ্ধ’ ৰ মিম্ শ্বেয়াৰ কৰি আনন্দ কৰা দেখিবলৈ পোৱা গৈছে।

Recent News

Allu Arjun: দৈনিক ১০ কোটি টকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে আল্লু অৰ্জুনে; কাৰণটো কি জানেনে?

Allu Arjun: দৈনিক ১০ কোটি টকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে আল্লু অৰ্জুনে; কাৰণটো কি জানেনে?

Russia-Ukraine War: ইউক্ৰেইনৰ পাৰমাণৱিক কেন্দ্ৰত পুনৰ একাধিক বিস্ফোৰণ

Russia-Ukraine War: ইউক্ৰেইনৰ পাৰমাণৱিক কেন্দ্ৰত পুনৰ একাধিক বিস্ফোৰণ

Taliban cleric Haqqani killed: কাবুলৰ আত্মঘাতী আক্ৰমণত নিহত তালিবান ধৰ্মগুৰু শ্বেখ ৰহিমুল্লাহ হাক্কানি

Taliban cleric Haqqani killed: কাবুলৰ আত্মঘাতী আক্ৰমণত নিহত তালিবান ধৰ্মগুৰু শ্বেখ ৰহিমুল্লাহ হাক্কানি

ৰাছিয়াৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন জাৰ্মানীৰ সামৰিক বিষয়া

ৰাছিয়াৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন জাৰ্মানীৰ সামৰিক বিষয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd