• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীলৈ দুখন ব্যক্তিগত ৰে’ল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2019 9:35 pm
Tejas express 2 private trains to run from Guwahati to outside Northeast

তে’জছ এক্সপ্ৰেছৰ ফাইল ছবি।

1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ৰেলৱেই গুৱাহাটীৰ পৰা উত্তৰ-পূবৰ বাহিৰলৈ দুখন ব্যক্তিগত ৰে’ল চলোৱাৰ পৰিকল্পনা কৰিছে।

বাতৰিমতে, ৰেলৱেই দেশৰ ১০০টা নিৰ্বাচিত পথত ব্যক্তিগত ৰে’ল চলোৱাৰ পৰিকল্পনা কৰিছে আৰু গুৱাহাটীও তাৰ অন্তৰ্ভুক্ত হৈছে।

ৰে’ল দুখনৰ পথ দুটা হ’ব গুৱাহাটী-মুম্বাই আৰু গুৱাহাটী-তিৰুৱনন্তপুৰম।

উত্তৰ-পূবৰ ভিতৰত কেৱল গুৱাহাটীৰ পৰা এই ব্যক্তিগত ৰে’লসেৱা আৰম্ভ কৰা হ’ব।

দেশজুৰি মুঠ ১৫০খন যাত্ৰীবাহী ৰে’ল চলোৱাৰ পৰিকল্পনা কৰা হৈছে।

শীৰ্ষ ৰে’ল বিষয়াৰ উদ্ধৃতিৰে প্ৰকাশিত বাতৰিত কোৱা হৈছে, পৰিকল্পনাটোক যোৱা ১৯ ডিচেম্বৰত বিত্ত মন্ত্ৰ্যালয়ৰ পি পি পি এ চি (Public Private Partnership Appraisal Committee)এ সেউজ সংকেত দিছে।

মন্ত্ৰ্যালয়ে ৰেলৱেক ব্যক্তিগত নিবিদা আহ্বানৰ বাবে অনুমতি দিছে আৰু পৰৱৰ্তী মাহৰ ভিতৰতে এই কাম সম্পাদন কৰা হ’ব।

ৰেলৱে ব’ৰ্ডৰ সঞ্চালক বিনোদ কুমাৰ য়াদৱে ব্যক্তিগত ৰে’লৰ পথ চিনাক্তকৰণৰ তথ্য নিশ্চিত কৰিছে।

যোৱা ৪ অক্তোবৰত লক্ষ্ণৌ আৰু নতুন দিল্লীৰ মাজত দেশৰ প্ৰথমখন ব্যক্তিগত ৰে’ল তেজছ এক্সপ্ৰেছ মুকলি কৰা হৈছিল।

অহা ১৭ জানুৱাৰিত আহমেদাবাদ আৰু মুম্বাই চেণ্ট্ৰেলৰ মাজত ভাৰতৰ দ্বিতীয়খন ব্যক্তিগত ৰে’লৰ যাত্ৰা আৰম্ভ হ’ব।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd