• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ আৰম্ভ হ’ব নামনি সোৱণশিৰি আৰু দিবাং জলবিদ্যুত প্ৰকল্পৰ কাম : এন এইচ পি চি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 9, 2019 10:21 pm
NHPC

নামনি সোৱণশিৰি প্ৰকল্প নিৰ্মিয়মাণ অৱস্থাত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন এইচ পি চিয়ে শুকুৰবাৰে ২০০০ মেগাৱাট ক্ষমতাযুক্ত নামনি সোৱণশিৰি হাইড্ৰ’ পাৱাৰ প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰিব বুলি কোৱাৰ লগে লগে ৰাজ্যত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে।

‘‘প্ৰয়োজনীয় সামগ্ৰী, অভিযন্তা, কৰ্মী সকলো প্ৰকল্প চলি থকা স্থানত উপস্থিত আছে, নদীত জলপৃষ্ঠৰ পৰিমান হ্ৰাস হোৱাৰ লগে লগে প্ৰকল্পৰ কাম পুনৰ আৰম্ভ হ’ব’’।–এন এইছ পি চিৰ চি এম ডি বলৰাজ যোশীয়ে নতুন দিল্লীত এনেদৰে মন্তব্য কৰে।

Apply Now

অলপতে, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে তিনিজনীয়া বিশেষজ্ঞ সমিতিৰ সন্মতিক্ৰমে প্ৰকল্পৰ কাম আগবঢ়াই নিবলৈ নিৰ্দেশ দিছে।

কাম পুনৰ আৰম্ভ হোৱাৰ চাৰি বছৰৰ ভিতৰত প্ৰকল্পৰ কাম সম্পুৰ্ণ হৈ উঠিব বুলি যোশীয়ে কোৱাৰ লগতে প্ৰকল্পৰ কামত বৰ্তমানলৈ ১০,০০০ কোটি টকা খৰছ হৈছে বুলি উল্লেখ কৰে।

আনহাতে, ২৮৮০ মেগাৱাট ক্ষমতাযুক্ত দিবাং মাল্টি পাৰ্পোছ প্ৰকল্পৰ কথা উল্লেখ কৰি যোশীয়ে এন এইছ পি চিয়ে যিমান সোনকালে সম্ভৱ ইয়াৰ কাম আৰম্ভ কৰিব বুলি কয়।

প্ৰকল্পটোৱে অসমৰ বান সমস্যা হ্ৰাস কৰিব বুলিও যোশীয়ে তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

উল্লেখযোগ্য যে, অলপতে বিত্ত মন্ত্ৰালয়ৰ কেবিনেট কমিটিয়ে দিবাং প্ৰকল্পৰ প্ৰাথমিক কাম-কাজ আৰম্ভ কৰাৰ বাবে ১৬০০ কোটি টকাৰ অনুমোদন জনাইছে।

তাৰোপৰি, ভাৰতে চীন আৰু ভাৰত সীমান্তৰ বিভিন্ন অঞ্চলত ভূগৰ্ভস্থ গুহা আৰু প্ৰাথমিক ভূগৰ্ভস্থ বাংকাৰ নিৰ্মাণ কৰি আছে।

এন এইচ পি চিয়ে ভাৰতীয় সেনা বাহিনীৰ সৈতে হোৱা সহযোগিতা চুক্তি অনুসৰি বিভিন্ন স্থানত এনেধৰণৰ গুহা আৰু বাংকাৰ নিৰ্মাণ কৰি আহিছে বুলি যোশীয়ে কয়।

তেওঁ লগতে কয় যে, প্ৰথম পৰ্যায়ৰ প্ৰকল্পৰ সফৰ সামৰণিৰ অন্তত সীমান্ত অঞ্চলত আৰু অধিক বাংকাৰ নিৰ্মাণ কৰা হ’ব। এই বাংকাৰ বোৰ নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখিয়ে নিৰ্মাণ কৰা হ’ব বুলিও যোশীয়ে উল্লেখ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd