• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০০০ বছৰৰ আগতেও আছিল ফাষ্টফুডৰ দোকান! ক’ত আছিল এনে দোকান?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 28, 2020 4:46 pm

1 min read

a shop
233
VIEWS
Share on FacebookShare on Twitter

বহুতে কোৱাৰ দৰে ফাষ্টফুড নতুন সভ্যতাৰ সৃষ্টি নহয়।

আধুনিক সভ্যতা বিকশিত হোৱাৰ বহু বছৰ পূৰ্বৰে পৰা ফাষ্টফুডৰ দোকান আছিল।

শেহতীয়াকৈ আৱিষ্কৃত ঐতিহাসিক সমলে সেই কথাই প্ৰমাণ কৰিছে।

আজিৰ যুগৰ দৰে ২০০০ বছৰ আগতেও পথৰ দাঁতিত আছিল ফাষ্টফুডৰ দোকান।

এটা সময়ত আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত লাভাই ঢাকি পোলোৱা এখন চহৰৰ পৰা উদ্ধাৰ হৈছে আটক ধুনীয়াকৈ সজাই থোৱা ফাষ্টফুডৰ দোকান।

৭৯ খ্ৰীষ্টাব্দত ভিচুভিয়াছ আগ্নেয়গিৰিৰ উদীৰণৰ ফলত লাভাই পুতি পেলাইছিল ইটালীৰ নেপলছ চহৰ খন। পুৰাত্ববিদসকলে শেহতীয়াকৈ নেপলছ চহৰত খনন চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ফাষ্টফুডৰ দোকান।

লেটিন ভাষাত এনে ফাষ্টফুডৰ দোকানক কোৱা হৈছিল তাৰমোপলিয়াম বুলি।

এনে তাৰমোপলিয়ামত কুকুৰা আদিৰ ছবি অঁকা থকালৈ চাই কব পাৰি যে দোকান বোৰত কুকুৰাৰ পোৰা অথবা সেকা মাংসও বিক্ৰী হৈছিল।

নেপলছ চহৰৰ উপৰি পম্পেই চহৰৰ ধ্বংসাৱশেষৰ পৰাও এনে ফাষ্টফুডৰ দোকান উদ্ধাৰ হৈছে।

তাহানিৰ ইটালীৰ চহৰত এনেদৰে ফাষ্টফুডৰ দোকান উদ্ধাৰ হোৱাৰ কথাই প্ৰমাণ কৰে আজিৰ দৰেই সেই চহৰ সমূহৰ বাসিন্দাসকলেও জীৱন-যাপনৰ কেতবোৰ বিলাসী আৰু আৰামদায়ক পন্থা অৱলম্বন কৰিছিল।

Recent News

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd