• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশিষ্ট সমাজকৰ্মী প্ৰদীপ কুমাৰ ভূঞালৈ ২০২০বৰ্ষৰ চম্পাৱতী বঁটা

NE NOW NEWS ভাৰ্গৱ হাজৰিকা
গুৱাহাটী , March 14, 2020 8:52 am

2 min read

Pradip Kumar Bhutyan

প্ৰদীপ কুমাৰ ভূঞা

898
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটৱৰ্ত্তী চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে স্থানীয় ৰাইজৰ সহযোগত প্ৰদান কৰিবলৈ ওলোৱা ‘চম্পাৱতী বটাঁ ২০২০’ৰ বাবে বিশিষ্ট সমাজকৰ্মী তথা পৰিৱেশ কৰ্মী প্ৰদীপ কুমাৰ ভূঞাৰ নাম ঘোষণা কৰে।

চাপানলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠিত ভূঞাক এই বঁটা প্ৰদান কৰা হ’ব।

প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে শিক্ষা, সাহিত্য, কলা-সংস্কৃতি, সমাজিক তথা পৰিৱেশ সংৰক্ষণ-সজাগতা আদি ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে স্থানীয় ৰাইজৰ সহযোগত এই বঁটা প্ৰদান কৰি আহিছে।

শেহতীয়াকৈ গুৱাহাটীৰ বিশিষ্ট ব্যক্তি প্ৰদীপ কুমাৰ ভূঞাই ‘হাতী বন্ধু’ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ প্ৰত্যক্ষ সহযোগত নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী হাতীখলি অঞ্চলত প্ৰায় ২০০ বিঘা মাটিত বনৰীয়া হাতীৰ বাবে ধান খেতি কৰাৰ লগতে ননৈ পাহাৰত প্ৰায় ৬০ বিঘা মাটিত নেফিয়াৰ ঘাঁহৰ খেতি কৰি বৃহত্তৰ চাপানালা অঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যা ৰূপে পৰিগণিত হোৱা হাতী-মানুহৰ সংঘাত বহু পৰিমাণে ৰোধ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ ফলত বৃহত্তৰ চাপানালা অঞ্চলৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ কৃষক ৰাইজে পূৰ্বৰ তুলনাত অসুবিধা নোহোৱাকৈ ধান খেতি চপাব পাৰিছিল।

বিশিষ্ট পৰিবেশকৰ্মী প্ৰদীপ ভূঞাই চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ সহযোগত এক মহান উদ্দেশ্য আগত ৰাখি কৰা এই অভিনৱ কৃষি কাৰ্যৰ দ্বাৰা বৃহত্তৰ চাপানালা অঞ্চলৰ কৃষক ৰাইজ উপকৃত হৈছিল ।

এই ব্যতিক্ৰমী ধৰণৰ কাৰ্য্যৰ বাবেই এইবাৰ চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৰাইজৰ সহযোগত অহা ১৮ মাৰ্চত বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা সভাতেই প্ৰদীপ কুমাৰ ভূঞা দেৱক এই বিশেষ বঁটা প্ৰদান কৰিব ।

এই বটাঁত এটি স্মাৰক, অংগবস্ত্ৰ, সম্বৰ্ধনা পত্ৰ, এটা কাহঁৰ জাপি, গ্ৰন্থ, শৰাই আৰু এখন ফুলাম গামোচা থাকিব।

উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ড৹ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা সাহিত্যিক ড৹ ভূপেন শইকীয়া।

লক্ষণীয়ভাৱে ২০১৮ বৰ্ষত চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চাপানালা অঞ্চলক কেন্দ্ৰ কৰি তথ্য ভিত্তিক সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০১৮ বৰ্ষৰ চম্পাৱতী বঁটা প্ৰদান কৰা হৈছিল বিশিষ্ট বিশিষ্ট সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্যক।

Recent News

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd