• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৯ আগষ্টৰপৰা ১ ছেপ্টেম্বৰলৈ আইআইটি গুৱাহাটীত ২১ সংখ্যক ‘টেকনিছ’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 23, 2019 3:24 pm
IIT guwahati press meet

আই আই টি গুৱাহাটীৰ প্ৰেছ মিট

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই আই টি গুৱাহাটীৰ ২১ সংখ্যক বাৰ্ষিক টেকন’-মেনেজমেণ্ট ফেষ্টিভেল – ‘টেকনিছ’ পুনৰ আমিনগাওঁস্থিত আই.আই.টি গুৱাহাটীত অনুষ্ঠিত হ’ব ।

অহা  ২৯ আগষ্টৰপৰা ১ ছেপ্টেম্বৰলৈ এই অনুষ্ঠানটি অনুষ্ঠিত হ’ব বুলি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে আই আই টি গুৱাহাটীৰ জনসম্পৰ্ক বিভাগৰ সহকাৰী পঞ্জীয়ক লৱণু কে কোঁৱৰে।

Apply Now

ভাৰতৰ ভিন্ন প্ৰান্তৰ অনুৰাগীসকলে অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ অধীৰভাৱে অপেক্ষা কৰিছে বুলিও কোঁৱৰে জনিবলৈ দিয়ে।

‘টেকন’লজি, মেনেজমেণ্ট আৰু বিনোদনকে ধৰি বহুমুখী অনুষ্ঠানেৰে সমৃদ্ধ হ’ব এইবাৰৰ টেকনিছ’- কোঁৱৰে কয়।

গুৱাহাটীৰ সমীপৱৰ্তী অঞ্চলসমূহত টেকন’-মেনেজমেণ্ট অনুষ্ঠান আয়োজন কৰাৰ উপৰি টিম টেকনিছে সামাজিক বিকাশৰ হকেও কাম কৰি আহিছে বুলি জানিবলৈ দিয়ে কোঁৱৰে।

টেকন’ মেনেজমেন্টে অনুষ্ঠিত কৰা কেতবোৰ কাৰ্য্যসূচীৰ বিষয়ে উল্লেখ কৰি কোঁৱৰে কয় যে  ‘জাগা আৰু ভোট দিয়া’ অভিযানে বিভিন্ন অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰি আহিছে আৰু সমান্তৰালভাৱে জনসাধাৰণক জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় সাধাৰণ সমল সমূহ প্ৰদান কৰি আহিছে।

চলিত সংস্কৰণৰ টেকনিছত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন সভাপতি  ডঃ মুৰলি মনোহৰ যোশী, ডাব’ল নিগেটিভৰ আন্তৰ্জাতিক মুৰব্বী পল এৰিয়ন, এনিমেছন ডাইৰেক্টৰ পীট মাইকেলছ ডি আৰ ডিঅ’ৰ প্ৰাক্তন অধ্যক্ষ ভি কে আত্ৰে  আৰু চিক্ৰনৰ প্ৰতিষ্ঠাপক নিকোলাছ অ’পি  আদি উপস্থিত থাকিব বুলি কোঁৱৰে সংবাদমেলত জনায়।

কোঁৱৰে আৰু কয়, “ ছাত্ৰ-ছাত্ৰীৰ এক অনুষ্ঠান হিচাপে টেকনিছে সদায়েই উত্তৰ-পূব ভাৰতৰ প্ৰযুক্তিগত দিশৰ উন্নয়ন ঘটাবলৈ আৰু মনোজ্ঞ অনুষ্ঠান তথা আকৰ্ষণীয় প্ৰতিযোগিতাৰৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলকো উৎসাহিত কৰিবলৈ চেষ্টা কৰি আহিছে’’।

ভাৰতৰ অন্যতম বৃহৎ টেকনিকেল উৎসৱ হিচাপে ই আন্তৰ্জাতিক মানদণ্ডত উত্তৰ-পূবক এক সুকীয়া স্থান প্ৰদান কৰিছে আৰু এই অনুষ্ঠানে বহু ছাত্ৰ-ছাত্ৰীক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিপন্ন কৰিবলৈ সুবিধা আগবঢ়াইছে।

ইপিনে, অহা ২৫ আগষ্টত টেকনিছৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি দিচপুৰ চুপাৰমাৰ্কেটস্থিত ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামৰ পৰা ২১ কি:মি জুৰি অনুষ্ঠিত হ’ব গুৱাহাটী হাফ মাৰাথন।

এই কথা সদৰী কৰি কোঁৱৰে কয় ‘পাৰভঙা উৎসাহ আৰু আন্তৰিকতাৰে ২৫ আগষ্টত অনুষ্ঠিত হ’ব হাফ মাৰাথন। এইবাৰৰ হাফ মাৰাথনৰ বিষয় হৈছে ‘পৰিস্কাৰ আৰু নিৰাপদ পেয়জলৰ বাবে দৌৰ” (Run for Clean and Safe Drinking Water), এই দৌৰৰ জৰিয়তে বৰ্তমান আৰু উত্তৰ প্ৰজন্মৰ বাবে বিশুদ্ধ পানী সঞ্চয় কৰিবলৈ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হ’ব।

আনহাতে,  সেই একেখন সংবাদমেলত উপস্থিত থাকি টেকনিছৰ আহ্বায়ক সুৰজ শ্বেলকে কয় “বিশ্বৰ আটাইতকৈ লজিকেল আৰু প্রযুক্তিগতভাৱে দক্ষ মস্তিষ্কৰ কিছু লোকৰ সংগম, প্ৰযুক্তিক লৈ মনোযোগী কিছুসংখ্যক আই আই টিয়ানে অনুষ্ঠিত কৰা এক অনুষ্ঠান, টেকনিছে প্ৰদৰ্শন কৰিব আপোনাৰ শক্তি, য’ত আপোনাৰ প্ৰতিপক্ষক সম্মান প্রদর্শন কৰাৰ লগতে তেওঁলোকৰ শক্তিকো  প্রশংসা কৰিব। এই ছেপ্টেম্বৰত, সৰ্বোত্তমৰ মাজৰ উত্তম ক্ৰীড়ালৈ বাট চাই ৰ’ব সমগ্ৰ বিশ্বই।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd