• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত মিচিং আগম কেবাঙৰ ২৩ সংখ্যক ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশন

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , August 26, 2018 4:46 pm

1 min read

Mising Abong Kebang
109
VIEWS
Share on FacebookShare on Twitter

অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলৰ ভাষা সাহিত্য চৰ্চা আৰু সৰ্বতো প্ৰকাৰ বিকাশৰ বাবে গঠন কৰা মিচিং আগম কেবাং অৰ্থাৎ মিচিং সাহিত্য সভাৰ ২৩ সংখ্যক ত্ৰিবাৰ্ষিক সাধাৰনণ অধিৱেশন এইবাৰ মাজুলীত অনুষ্ঠিত হ’ব।

অহা ডিচেম্বৰ মাহৰ ২০ তাৰিখৰ পৰা উজনি মাজুলীৰ ৰতনপুৰ মিৰি গাঁৱৰ তৰুন চন্দ্ৰ পামেগাম ক্ষেত্ৰত চাৰি দিনীয়া কাৰ্যক্ৰমনিকাৰে উক্ত অধিৱেশনখন অনুষ্ঠিত হ’ব বুলি কালি মাজুলীৰ গড়মুৰত মিচিং আগম কেবাঙে আয়োজন কৰা এক সংবাদমেলত জানিবলৈ দিয়ে।

মিচিং সাহিত্য সভাৰ উক্ত অধিৱেশনখনত ভাৰতবৰ্ষৰ কেইবাজনো বিশিষ্ট ভাষাবিধ সহিত্যিক আৰু বুদ্ধিজীবী উপস্থিত থকাৰ লগতে অসম-অৰুণাচল তথা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা তিনি হেজাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব বুলি সংবাদমেলত তেওঁলোকে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে এই অধিৱেশনৰ জৰিয়তে মিচিং আগম কেবাঙে বিদ্যালয়ৰ পাঠ্য পুথিত মিচিং ভাষা প্ৰচলনৰ বাবে দাবী জনাব বুলিও জানিবলৈ দিয়ে।

মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াই আয়োজন কৰা কালিৰ উক্ত সংবাদমেলৰ জৰিয়তে আয়োজকসকলে মাজুলী তথা অসমবাসীৰ সহায় সহযোগীতা কামনা কৰে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd