• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচন বৰ্জন কৰিব ইষ্টাৰ্ন নাগালেণ্ড পিপল অৰ্গেনাইজেইশ্যনে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2017 8:33 pm
97
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডত অহা বছৰৰ প্ৰথম ভাগতে অনুষ্ঠিত হ’ব লগীয়া বিধানসভা নিৰ্বাচন সম্পৰ্কত আলোচনা কৰিবলৈ ইষ্টাৰ্ন নাগালেণ্ড পিপল অৰ্গেনাইজেইশ্যনে (ENPO) আজি সকলো জনজাতীয় দল-সংগঠন আৰু ই এন পি অ’ৰ আগ শাৰীৰ সংগঠনবোৰৰ অহা ২১ ডিচেম্বৰত এখন সভা আহ্বান কৰিছে। টুৱেনচাঙৰ মুখ্য কাৰ্য্যালয়ত এই সভাখন অনুষ্ঠিত কৰা হ’ব। সভাখন আহ্বান কৰা হয় আগন্তুক বিধানসভা নিৰ্বাচন বৰ্জন কৰিবলৈ কন্যাক সংঘ আৰু ফ’ম পীপলছ কাউন্সিলে যুটীয়াভাৱে লোৱা সিদ্ধান্তৰ পিছতে। উল্লেখযোগ্য যে নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন অহা বছৰৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱাৰ কথা। নিৰ্বাচনৰ বৰ্জনৰ সিদ্ধান্তৰ কাৰণ হিচাপে ই এন পি অ’ৰ সুকীয়া ৰাজ্য দাবী পূৰণ নকৰাৰ প্ৰতিবাদ বুলি কোৱা হৈছে। এই কথা ই এন পি অ’ৰ সাধাৰণ সম্পাদক মানলেং ফ’মে জানিবলৈ দিয়ে। ই এন পি অ’ই চি কে এছ, কে টি চি, ৱাই টি চি, ই এন জি অ’ এ, ই এন ডব্লিউ অ’, ই এন এছ এফ আৰু ই এন ডি বি য়ুক এই বিষয়টো আলোচনা কৰিবলৈ এখন সভা পাতিবলৈ আৰু এটা সিদ্ধান্তত উপনীত হ’বলৈ আহ্বান জনাইছে।

Recent News

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

বুলড’জাৰৰ সন্মুখত এখন ধূলিৰ দেৱাল

বুলড’জাৰৰ সন্মুখত এখন ধূলিৰ দেৱাল

অভিনেত্ৰী আলিয়া ভাটক লৈ বিত্তীয় প্ৰতাৰণা! অভিনেত্ৰীগৰাকীৰ নকল চহী ব্যৱহাৰ কৰি লুটিলে লাখ লাখ টকা!

অভিনেত্ৰী আলিয়া ভাটক লৈ বিত্তীয় প্ৰতাৰণা! অভিনেত্ৰীগৰাকীৰ নকল চহী ব্যৱহাৰ কৰি লুটিলে লাখ লাখ টকা!

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd