• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিমন্ত কংগ্ৰেছত থকা হ’লে এদিন মুখ্যমন্ত্ৰী হ’লহেঁতেন: তৰুণ গগৈ

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , May 28, 2018 2:06 pm

2 min read

তৰুণ-গগৈ
93
VIEWS
Share on FacebookShare on Twitter

হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকা হ’লে এদিন মুখ্যমন্ত্ৰী হ’লহেঁতেন।— এই মন্তব্য ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

আজি কইনাধৰাত এখন সংবাদ মেল যোগে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি গগৈয়ে কয়— বিজেপি চৰকাৰে বহু আশ্বাস দি ক্ষমতালৈ আহিছিল।কিন্তু সেই আশ্বাস বুমেৰাঙত পৰিণত হৈছে। আমাক তেওঁলোকে সমালোচনা কৰিছিল। কিন্তু আমি এতিয়া মোদীক সমালোচনা কৰিব নোৱাৰো। এতিয়া মোদীক সমালোচনা কৰিলে ভাৰতৰ বিৰূদ্ধে কোৱা হয়।

আনহাতে বিজেপিয়ে কেন্দ্ৰত চাৰিটা বৰ্ষ পাৰ কৰা সন্দৰ্ভত গগৈয়ে কয়— চাৰি বছৰৰ পাছত বিজেপিয়ে যি ৰিপ’ৰ্ট কাৰ্ড দিছে সেইখন ভুৱা।তেওঁলোকে বিদেশীক খেদিম বুলি কৈছিল কিন্তু কেইজন বিদেশী খেদিলে। প্ৰধানমন্ত্ৰীয়ে বাংলাদেশ ভ্ৰমণ কৰোতে বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলাৰ কথা কিয় উত্থাপন কৰিব নোৱাৰিলে।

আনহাতে মুখ্যমন্ত্ৰী সোণোৱালক লক্ষ্য কৰি গগৈয়ে কয়— সৰ্বানন্দই পৰিৱৰ্তনৰ কথা কৈছিল, পৰিৱৰ্তন কি হ’ল? এতিয়া অসমত শান্তি নাই, কেৱল আন্দোলন আৰু আন্দোলন। কিন্তু তেওঁলোকে অসমৰ ৰাইজৰ কথা ভ্ৰক্ষেপ কৰা নাই।

অসম চৰকাৰে অসমৰ মানুহৰ দাবী কেন্দ্ৰক বুজাব পাৰিব লাগিছিল।অসমৰ মানুহে ইন্দিৰা গান্ধীক সমালোচনা কৰে।কিন্তু অসম আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আহি আছুৰ লগত আলোচনা কৰিছিল। কিন্তু সেই কাম বিজেপিয়ে এতিয়া কৰিব পৰা নাই।

আনহাতে মন্ত্ৰী হিমন্তক লৈ বক্তব্য প্ৰকাশ কৰি গগৈয়ে কয় যে বাপেকক পুতেকে এৰি গ’লে আক্ষেপ হ’বই।হিমন্তক ডাঙৰ- দীঘল কৰাৰ পাছত বিস্বাসঘাটকতা কৰি এৰি গ’ল। তেওঁ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অগপক বিস্বাসঘাটকতা কৰিছে বুলি উল্লেখ কৰি কয় যে সৰ্বা-হিমন্তৰ মাজত শীতল যুদ্ধ চলি আছে।

একেখন সংবাদমেলতে গগৈয়ে সোণোৱাল চৰকাৰক বিভিন্ন প্ৰসংগক লৈ সমালোচনাৰে থকা- সৰকা কৰি পৰিৱৰ্তনৰ নামত publicity চলি থকা বুলি কটাক্ষ কৰে।বিজেপিয়ে আশ্বাস দিয়া ব্ৰহ্মপুত্ৰ খনন, এক্সপ্ৰেছ হাইৱে কি হ’ল বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ লগতে অগপ-বিপিএফৰ লগত কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত অনিশ্চয়তা প্ৰকাশ কৰে।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd