• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৩৯ জন পুৰুষৰ বলাৎকাৰৰ বলি ২৫ বছৰীয়া মহিলা, ন্যায় বিচাৰি চাপিলে আৰক্ষীৰ কাষ

স্বামী গৃহৰ প্ৰতিজন পুৰুষ সদস্যই চলাইছিল যৌন নিৰ্যাতন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 22, 2020 3:45 pm
gangrape 2-1598031052

প্ৰতিনিধিত্বমূলক ছবি

1.1k
VIEWS
Share on FacebookShare on Twitter

এজন নহয়,দুজন নহয় ১৩৯ জন পুৰুষৰ কামনাৰ বলি হোৱা এগৰাকী দুৰ্ভগীয়া নাৰীয়ে এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে।

তেলেংগানাৰ এই গৰাকী অসহায় মহিলা বলাৎকাৰৰ স্বীকাৰ হৈছিল স্বামী গৃহতেই।

২০০৯ চনত বিবাহপাশত আৱদ্ধ হোৱা ২৫ বছৰীয়া মহিলা গৰাকীক প্ৰথমে বলাৎকাৰ কৰিছিল দেওৰেকে।

এই ঘটনাৰ বিষয়ে স্বামীক অৱগত কৰাৰ পিছতো মহিলা গৰাকীৰ স্বামীয়ে কথাষাৰত গুৰুত্ব দিয়াৰ সলনি মহিলা গৰাকীক অত্যাচাৰ চলাবলৈহে আৰম্ভ কৰে।

স্বামী গৃহৰ বহু কেইজন পুৰুষ সদস্যই বলাৎকাৰ কৰা মহিলা গৰাকীয়ে উপায়ন্তৰ হৈ মাকৰ ঘৰলৈ উভতি আহে। ইয়াৰ পিছতে ২০১০ চনৰ ডিচেম্বৰ মাহত মহিলা গৰাকীৰ বিবাহ বিচ্ছেদ হয়।

কিন্তু ইমানৰ পিছতো ৰেহাই নাপালে মহিলা গৰাকীয়ে। তেলেংগানাৰ নলগণ্ডা জিলা নিবাসী মহিলা গৰাকীৰ ওপৰত স্বামী গৃহৰ বহুতে বলপূৰ্বক চলাই গ’ল যৌন উৎপীড়ণ।

এই কথা প্ৰকাশ কৰিলে মহিলা গৰাকীক হত্যা কৰা হ’ব বুলি ভাবুকি দিয়া হ’ল।

সৰ্বদিশতে আন্ধাৰ দেখা মহিলা গৰাকী পলাই আহিল হায়দৰাবাদলৈ। কিন্তু তাতো নিস্তাৰ নাই।

হায়দৰাবাদতো তেওঁ বহুবাৰ বলাৎকাৰৰ বলি হয়।এনেদৰে ১৩৯ জন পুৰষৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হৈ মহিলা গৰাকীয়ে কাষ চাপিছে পঞ্জাগুট্টা আৰক্ষী থানাৰ।

বলাৎকাৰী ১৩৯ জন পুৰুষৰ নাম সম্বলিত ৪২ পৃষ্ঠাৰ এজাহাৰ দেখি স্তম্ভিত হৈ পৰিছে আৰক্ষী।

পঞ্জাগুট্টা থানাৰ আৰক্ষী বিষয়া নিৰঞ্জন ৰেড্ডীয়ে প্ৰকাশ কৰা মতে মহিলা গৰাকীক ন্যায় দিবলৈ তেওঁলোক বদ্ধপৰিকৰ।

Recent News

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd