• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বহু কোটিটকীয়া প্ৰাক্-মেট্ৰিক বৃত্তি কেলেংকাৰিত জড়িত ২৬জনক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 17, 2020 9:55 am

1 min read

CID-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

709
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা(চি আই ডি)ই বহু কোটিটকীয়া প্ৰাক্-মেট্ৰিক বৃত্তি কেলেংকাৰিৰ সৈতে জড়িত থকা মুঠ ২৬জন লোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে।

চিআইডিয়ে সোমবাৰে গোৱালপাৰা জিলাৰ পাৰা ৰবিউল ইছলাম গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে এগৰাকী শীৰ্ষ বিষয়াই।

ইছলাম এই পুঁজিৰ অপব্যৱহাৰৰ আঁৰত মূল ব্যক্তি বুলি ধাৰণা কৰা হৈছে। তেওঁ এক বৃহৎ সংখ্যক বিদ্যালয়ৰ সৈতে জড়িত হৈ বৃত্তিৰ বাবে ভুৱা আবেদন দাখিল কৰি বৃত্তিৰ ধন সৰকাইছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ২৬জন ব্যক্তিৰ ভিতৰত চাৰিজন প্ৰধান শিক্ষক, এজন শিক্ষক, তিনিজন ৰাষ্ট্ৰীয়কৃত বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ (চি এছ পি) স্বত্ত্বাধিকাৰ, এজন বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, দুজন ইলেকট্ৰ’নিক ডাটা প্ৰচেছৰ আৰু ১০জন মধ্যভোগী আছে।

দৰিদ্ৰ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বাবে থকা প্ৰাক্-মেট্ৰিক বৃত্তিৰ প্ৰায় ১০ কোটি টকাৰ পুঁজি হৰলুকি কৰাৰ অভিযোগত যোৱা এসপ্তাহত এই লোকসকলক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে চিআইডিয়ে বৃত্তিৰ পুঁজিৰ হৰলুকিত জড়িত বাকী অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈবিভিন্ন জিলাত তালাচী চলাইছে।

চিআইডিয়ে অভিযানত এতিয়ালৈকে তিনিটা লেপটপ, ২১৭জন শিক্ষাৰ্থীৰ ফটোগ্ৰাফ, ১০৪জন শিক্ষাৰ্থীৰ প্ৰমান পত্ৰ, ১৭৩খন প্ৰাক-মেট্ৰিক বৃত্তিৰ প্ৰ-পত্ৰ আৰু ১১টা বেংকৰ পাছবুক জব্দ কৰিছে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd