DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যক পুনৰ একেলগে ২৬ জন ক’ৰ’না আক্ৰান্ত; অসমত ২৫৬ লৈ বৃদ্ধি কোভিড-১৯ আক্ৰান্ত

কল্পজ্য়োতি শইকীয়া by কল্পজ্য়োতি শইকীয়া
May 22, 2020 8:02 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

প্ৰতিনিধিত্বমূলক চিত্ৰ

806
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত পুনৰ একেলগে ২৬ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

নতুনকৈ ক’ৰ’না ভাইৰাছত আক্ৰান্ত ২৬ গৰাকী ব্যক্তিৰ আটাইকেইগৰাকীয়ে সৰুসজাই কোৱাৰেণ্টাইনত চেণ্টাৰৰ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা সদৰি কৰে।

?Alert ~ In the biggest one-time spike in cases, 26 cases are confirmed #COVID19 +. They are all from Sarusajai Quarantine Centre.

↗️Total cases 256
↗️Recovered 54
↗️Active cases 195
↗️Deaths 04
↗️Migrated 03

Update 7.45 pm / May 22#AssamCovidCount pic.twitter.com/HsAoL1s9Wz

— Himanta Biswa Sarma (@himantabiswa) May 22, 2020

নতুনকৈ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ২৬ গৰাকী ব্যক্তিকে ধৰি অসমত বৰ্তমানলৈ মুঠ ২৫৬ গৰাকীলৈ বৃদ্ধি পালে ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা।

ইয়াকে লৈ শুকুৰবাৰৰ দিনটোত এইপৰ্য্যন্ত অসমত ৪৬ গৰাকী লোকক ক’ভিড-১৯ পজিটিভ পোৱা গৈছে।

এতিয়ালৈ অসমত চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

কিছু সময় পূৰ্বে শিলচৰ মেডিকেল কলেজ, কাছাৰ জিলা আৰু MMCH মিলাই ৮ গৰাকী লোক পজিটিভ পোৱা গৈছিল।

তাৰ কিছু সময় পূৰ্বে তেজপুৰ কুৱাৰেন্টাইন চেণ্টাৰত ছয়গৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

আনহাতে, শিলচৰ কুৱাৰেন্টাইন চেণ্টাৰত দুগৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল। লোকদুজন ক্ৰমে কাছাৰ আৰু হাইলাকান্দিৰ ।

তাৰ ঠিক কিছু সময় পূৰ্বে শিৱসাগৰ জিলাত দুগৰাকী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ কুৱাৰেন্টাইন চেণ্টাৰত ধৰা পৰিছিল দুটা কেচ। তাত আক্ৰান্ত কেইগৰাকীৰ এগৰাকী ঢকুৱাখনা আৰু এগৰাকী ওদালগুৰিৰ।

কালিৰ দিনটোতে ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

কালি নিশা তেজপুৰ বিশ্ববিদ্যালয়ৰ কুৱাৰেন্টাইন চেণ্টাৰৰ সাতগৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল। আক্ৰান্ত সকলৰ ৫ গৰাকী শোণিতপুৰ জিলাৰ আৰু দুগৰাকী লখিমপুৰ জিলাৰ।

ৰাজ্যত চাৰি দিনৰ ভিতৰত শতাধিক লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।

পৰহি দিনটোত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ১৯৫ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd