• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাট বিধান সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু ২৮৮ টা ভোটগ্ৰহণ কেন্দ্ৰ

NE NOW NEWS মীনাক্ষী ফুকন
গোলাঘাট , March 26, 2021 2:12 pm

1 min read

IMG_20210326_135408
365
VIEWS
Share on FacebookShare on Twitter

২৭ মাৰ্চত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত গোলাঘাটৰ তিনি টা বিধানসভা সমষ্টিতো অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

নিৰ্বাচনৰ  ভোটগ্ৰহণৰ বাবে সাজু গোলাঘাট জিলা প্ৰশাসন।

ইতিমধ্যে নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং অফিচাৰ, পুলিং অফিচাৰসকল।

গোলাঘাটৰ আবাসিক ছোৱালী পলিটেকনিকৰ পৰা নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাত্ৰা আৰম্ভ ককিছে নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকল।

গোলাঘাট বিধান সভা সমষ্টিৰ মুঠ ২৮৮ টা ভোট কেন্দ্ৰত ৩১৭গৰাকী প্ৰিজাইডিং অফিচাৰ ৯৫১গৰাকী পুলিং অফিচাৰ নিয়োজিত হৈছে।

সমষ্টিটোৰ মুঠ ২লাখ ২হাজাৰ ১৪২গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোট।

ঠিক সেইদৰে খুমটাই বিধান সভা সমষ্টিৰ মুঠ ১৯৮ টা ভোট কেন্দ্ৰলৈ ২১৯গৰাকী প্ৰিজাইডিং অফিচাৰ ৬৫৭গৰাকী পুলিং অফিচাৰ ৰাওনা হৈছে। সমষ্টিটোৰ ১লাখ ৩৮ হাজাৰ ০৮৯ গৰাকী ভোটাৰে কাইলৈ কৰিব ভোটদান ।

Recent News

Margherita

ডুমডুমাৰ সাংবাদিক মনোজ বৰুৱালৈ সলিল নেওগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা

Ashokatami

কোভিড নিগেটিভ হ’লেহে কৰিব পাৰিব অশোকাষ্টমী স্নান : জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ

Kaziranga

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd