• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

“২৯ মাৰ্চ- এটা বিশেষ তাৰিখ মোৰ বাবে!” : বীৰেন্দৰ সেহৱাগ, কিয় ক’লে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 29, 2021 4:42 pm

2 min read

“২৯ মাৰ্চ- এটা বিশেষ তাৰিখ মোৰ বাবে!” : বীৰেন্দৰ সেহৱাগ, কিয় ক’লে?
256
VIEWS
Share on FacebookShare on Twitter

টীম ইণ্ডিয়াৰ প্ৰাক্তন তাৰকা বীৰেন্দৰ সেহৱাগৰ বাবে ২৯ মাৰ্চৰ দিনটো বিশেষভাৱে স্মৰণীয়।

একেটা তাৰিখতে চাৰি বছৰৰ ব্যৱধানত তেওঁ ভিন ভিন বিপক্ষ দলৰ বিৰুদ্ধে দুটাকৈ ত্ৰিশতক অৰ্জন কৰিছিল।

প্ৰথমটো আছিল ২০০৪ চনত পাকিস্তানৰ বিৰুদ্ধে মূলতান টেষ্টত কৰা দূৰ্দান্ত ত্ৰিশতক।

আনটো হৈছে ২০০৮ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চেন্নাই টেষ্টত কৰা ৩১৯ ৰাণ।

সেয়ে সোমবাৰে ২৯ মাৰ্চ উপলক্ষে তাৰকা অপেনাৰগৰাকীয়ে সামাজিক মাধ্যমযোগেৰে এটা প’ষ্ট কৰিছে।

 

View this post on Instagram

 

A post shared by Virender Sehwag (@virendersehwag)

”২৯ মাৰ্চ- এটা বিশেষ তাৰিখ মোৰ বাবে।”- তেওঁ কয়।

উল্লেখযোগ্য যে ২০০৪ চনৰ ২৯ মাৰ্চত তেওঁ  টেষ্ট ক্ৰিকেটত ত্ৰিশতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বেটছমেন হোৱাৰ বিৰল কৃতিত্ব অৰ্জন কৰিছিল।

সেইদিনা তেওঁ তিনিখনীয়া টেষ্ট চিৰিজটোৰ প্ৰথমখন মেচত প্ৰথম ইনিংছত ৫৩০ মিনিট ক্ৰিজত থাকি ৩৭৫টা বলৰ মুখামুখি হৈ ৩০৯ ৰাণ সংগ্ৰহ কৰিছিল।

আনহাতে, একেটা তাৰিখতে ২০০৮ চনত তেওঁ নিজৰে অভিলেখ ভংগ কৰিছিল।

সেইদিনা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩১৯ ৰাণৰ ইনিংছটোৰে তেওঁ এখন টেষ্ট মেচত আটাইতকৈ বেছি স্ক’ৰ কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছিল।

তদুপৰি, সেহৱাগে এইক্ষেত্ৰত কিংম্বদন্তি ক্ৰিকেটাৰ ডন ব্ৰেডমেন, ব্ৰায়ান লাৰা আৰু ক্ৰিছ গেইলৰ স’তে একে শাৰীতে অৱতীৰ্ণ হৈছিল- যি টেষ্ট ক্ৰিকেটত একাধিকবাৰ ত্ৰিশতক অৰ্জন কৰিছিল।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd