• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত-বাংলাদেশ সম্পৰ্ক উন্নত কৰাৰ লক্ষ্য: শিলচৰত ২৯ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ শিলচৰ-চিলেট উৎসৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2022 9:57 am
Silchar-Sylhet festival
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ‘আজাদী কা অমৃত মহোৎসৱ’ আৰু বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উদযাপন উপলক্ষে আৰু চুবুৰীয়া দেশ দুখনৰ মাজৰ সম্পৰ্ক উন্নত কৰি তোলাৰ উদ্দেশ্যে অহা ২৯ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ শিলচৰত তিনিদিনীয়াকৈ শিলচৰ-চিলেট উৎসৱৰ আয়োজন কৰা হ’ব।

ভাৰতৰ ‘ইণ্ডিয়া ফাউণ্ডেশ্যন’ আৰু বাংলাদেশৰ ‘ফ্ৰেণ্ডছ অফ বাংলাদেশ’ৰ যুটীয়া উদ্যোগত এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে ‘ফ্ৰেণ্ডছ অফ বাংলাদেশ’- নামৰ বাংলাদেশৰ এই সংস্থাটোৱে চুবুৰীয়া অঞ্চলসমূহৰ সৈতে বাংলাদেশৰ উন্নত সম্পৰ্ক গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলাই আহিছে।

Apply Now

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰতিগৰাকী মুখ্যমন্ত্ৰী আৰু বাংলাদেশৰ প্ৰতিনিধিসকলৰ লগতে দেশৰ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে এই উৎসৱত অংশগ্ৰহণ কৰিব বুলি আয়োজকসকলে জানিবলৈ দিছে।

শিলচৰৰ বিজেপি সাংসদ ৰাজদীপ ৰয়ে অনুষ্ঠানটোৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে এই অনুষ্ঠানটো দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে অসমত অনুষ্ঠিত হ’বলগীয়া প্ৰথমটো বিশাল আন্তঃদেশীয় উৎসৱ হ’ব।

তেওঁ লগতে কয়, “অনুষ্ঠানটোৰ জৰিয়তে আমি কলা, সংস্কৃতি আৰু খাদ্যৰ সহযোগিতামূলক সম্পৰ্ক স্থাপন কৰাৰ উপৰিও দুয়োখন দেশৰ মাজত থকা ব্যৱসায়-বাণিজ্য, নদী ভাগ-বতৰাকে ধৰি বিভিন্ন সমস্যাসমূহৰ সমাধানৰ প্ৰচেষ্টা চলোৱা হ’ব।”

ৰয়ে লগতে তিনিদিনীয়া এই অনুষ্ঠানটোত বাংলাদেশৰ প্ৰায় ১০ গৰাকী সাংসদ আৰু কেইগৰাকীমান মন্ত্ৰীও উপস্থিত থকাৰ আশা কৰা হৈছে বুলি জানিবলৈ দিয়ে।

বাংলাদেশৰ অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল চামছুল আৰফিনে অনুষ্ঠানৰ আয়োজনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে বৰ্তমান ভাৰত ভ্ৰমণত আছে। এই উৎসৱে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি তেওঁ মন্তব্য কৰে।

তেওঁ কয়, “চিলেট এসময়ত অসমৰ অংশ আছিল। এই উৎসৱৰ সময়ত আমি পুনৰ এবাৰ দুয়োখন ঠাইৰ মাজত থকা পুৰণি সম্পৰ্ক প্ৰত্যক্ষ কৰিবলৈ পাম বুলি আশা কৰিছো।”

অনুষ্ঠানটোৰ আয়োজকসকলেও এই বিশেষ কাৰ্যসূচীয়ে দুয়োখন দেশৰ মাজৰ ব্যৱধান দূৰ কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd