• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিবাহ বিচ্ছেদৰ নতুন কাৰণ উদঘাটন বিজেপি নেতাৰ পত্নীৰ: ৩ শতাংশ বিবাহ বিচ্ছেদৰ কাৰণ যান-জঁট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2022 7:59 pm
Divorces Due To Traffic
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি বিবাহিত নেকি ? পথত যান-জঁটত আৱদ্ধ হৈ পৰিছে নেকি ? যদি হৈছে সাৱধান! আপোনাৰ বিবাহ বিচ্ছেদ হ’ব পাৰে! শুনিবলৈ আচহুৱা হ’লেও বিবাহ বিচ্ছেদৰ এই অভিনৱ কাৰণ উদঘাটন কৰিছে এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতাৰ পত্নীয়ে।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছৰ পত্নী অম্ৰুতা ফাডনাভিছে বিবাহ বিচ্ছেদৰ এই অভিনৱ কাৰণ উদঘাটন কৰি এক প্ৰকাৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Apply Now

তেওঁ কয় যে মুম্বাইৰ যান-জঁট চহৰখনত তিনি শতাংশ বিবাহ বিচ্ছেদৰ কাৰণ। সাংবাদিকৰ সৈতে মুম্বাইৰ পথ আৰু যান-জঁট সমস্যাৰ বিষয়ে বাৰ্তালাপৰ সময়ত এই উদ্ভট দাবী কৰে বিজেপি নেতাগৰাকীৰ পত্নীয়ে।

“মুম্বাইত তিনি শতাংশ বিবাহ বিচ্ছেদ যান-জঁটৰ বাবে হয়, কিয়নো মানুহে এই সমস্যাৰ বাবে তেওঁলোকৰ পৰিয়ালক সময় দিব নোৱাৰে।” তেওঁ কয়।

ফাড়নাভিছে লগতে কয় যে তেওঁ ব্যক্তিগতভাৱে ৰাস্তাৰ গাঁতৰ দ্বাৰা অসুবিধাত পৰিছে আৰু যান-জঁটত আবদ্ধ হৈ পৰিছে।

“পাহৰি যাওক যে মই দেৱেন্দ্ৰ ফাড়নাভিছৰ পত্নী। মই এগৰাকী মহিলা হিচাপে আপোনালোকৰ সৈতে কথা পাতি আছোঁ।ৰাস্তাত যান-জঁট আৰু গাঁতবোৰে আমাক কেনেদৰে কষ্ট দিয়ে সেয়া অনুভৱ কৰিছো।” তেওঁ কয়।

 

#WATCH: BJP leader Devendra Fadnavis’ wife Amruta Fadnavis says, “I’m saying this as common citizen. Once I go out I see several issues incl potholes,traffic. Due to traffic,people are unable to give time to their families & 3% divorces in Mumbai are happening due to it.” (04.02) pic.twitter.com/p5Nne5gaV5

— ANI (@ANI) February 5, 2022

ফাড়নাভিছৰ এই উদ্ভট মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিৱসেনাৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে ফাড়নাভিছৰ নাম নোলোৱাকৈ তেওঁৰ বক্তব্যক “দিনটোৰ শ্ৰেষ্ঠ যুক্তি” বুলি কটুক্তি কৰে।

প্ৰিয়ংকা চতুৰ্বেদীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীক উপহাস কৰি কয় যে বেংগালুৰুৰ পৰিয়ালবোৰে এই দাবীটোৰ বিষয়ে পঢ়াৰ পৰা বিৰত থকা উচিত।

“দিনটোৰ শ্ৰেষ্ঠ যুক্তি মহিলাগৰাকীক প্ৰদান কৰা হয় যিয়ে দাবী কৰে যে ৩% মুম্বাইবাসীয়ে ৰাস্তাত যান-বাহনৰ বাবে বিবাহ বিচ্ছেদ কৰিছে।অনুগ্ৰহ কৰি মানসিক বিৰতি লোৱাতকৈ এটা ছুটি দিনৰ বিৰতি লওক।” চতুৰ্বেদীয়ে এক টুইটযোগে এইদৰে কয়।

Best (il)logic of the day award goes to the lady who claims 3% Mumbaikars are divorcing due to traffic on roads. Please take a holiday break rather than having a mind on brake..
Bengaluru families please avoid reading this , can prove fatal for your marriages 😂

— Priyanka Chaturvedi🇮🇳 (@priyankac19) February 5, 2022

“বেংগালুৰুৰ পৰিয়ালবোৰে অনুগ্ৰহ কৰি এইটো পঢ়াৰ পৰা বিৰত থাকক, ই আপোনাৰ বিবাহৰ বাবে মাৰাত্মক প্ৰমাণিত হ’ব পাৰে।” টুইটটোত লগতে এই দৰে উল্লেখ কৰে শিৱসেনাৰ নেত্ৰী গৰাকীয়ে।

উল্লেখ্য যে ফাড়নাভিছৰ এই বক্তব্যৰ পাছতে সামাজিক মাধ্যমত বিভিন্নজনে তেওঁক উপহাসৰ কেন্দ্ৰ কৰি লয়। তেওঁৰ বক্তব্য কৌতুক আৰু মিম যোগে শ্বেয়াৰ কৰি হাস্যৰসৰ সঞ্চাৰ কৰে সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd