• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুৰাৰ বটলৰ সৈতে ছ’চিয়েল মিডিয়াত ফটো; বৰ্খাস্ত আয়কৰ বিভাগৰ তিনিগৰাকী বিষয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 19, 2020 7:19 pm

1 min read

সুৰাৰ বটলৰ সৈতে ছ’চিয়েল মিডিয়াত ফটো; বৰ্খাস্ত আয়কৰ বিভাগৰ তিনিগৰাকী বিষয়া
3.3k
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশৰ ৰাইছেন জিলাৰ তিনিগৰাকী আয়কৰ বিভাগৰ বিষয়াৰ সুৰাৰ বটলৰ সৈতে ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতে মধ্যপ্ৰদেশ চৰকাৰে বিষয়া তিনিগৰাকীক বৰ্খাস্ত কৰে।

ৰাজ্যখনৰ আয়কৰ বিভাগৰ তিনি বিষয়া ক্ৰমে অজয় ধাকাৰ, ধৰ্মেন্দ্ৰ মেহৰা আৰু দয়াৰাম আৰ্মাই ল’কডাউনৰ সময়ত বহু সুৰাৰ বটলৰ সৈতে ফটো উঠি ছ’চিয়েল মিডিয়াত আপলোড কৰিছিল।

এই ফটোখন ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ পাছতে ভাইৰেল হৈ পৰিছিল আৰু বহু লোকে চৰকাৰক ৰাজ্যত সুৰা নিষিদ্ধ কৰি নিজৰ বিভাগৰ বিষয়া সকলে সুৰাপান কৰি আছে বুলি সমালোচনা কৰিছিল।

ছ’চিয়েল মিডিয়া ফটোখন ভাইৰেল হোৱাৰ পাছতে ৰাইছেন জিলা উপায়ুক্তৰ নিৰ্দেশত বিষয়া তিনিগৰাকীক বৰ্খাস্ত কৰা হয়।

উল্লেখযোগ্য যে, সমগ্ৰ দেশত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’কডাউন ঘোষণা কৰাৰ পাছত মধ্যপ্ৰদেশতো সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছিল।

ভাৰতৰ ভিতৰত মধ্যপ্ৰদেশো অন্যতম ক’ৰ’না আক্ৰান্ত ৰাজ্য। ৰাজ্যখনৰ ইণ্ডোৰ জিলাত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd