• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত ভয়ানক বিস্ফোৰণ : ৩ শ্ৰমিকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2025 2:47 pm
472
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে উত্তৰ প্ৰদেশৰ নিহাল খেদি অঞ্চলৰ এটা ফটকা কাৰখানাত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত ৩ জনক শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

শনিবাৰে পুৱাৰ ভাগত নিহাল খেদি অঞ্চলত হোৱা বিস্ফোৰণৰ শব্দ প্ৰায় দুই কিলোমিটাৰ দূৰলৈকে শুনা পোৱা যায়।

চাহাৰানপুৰৰ জিলা দণ্ডাধীশ মনীষ বংশালে সাংবাদিকক অৱগত কৰে যে এই ঘটনাটো পুৱা প্ৰায় ৪:৩০ বজাত সংঘটিত হৈছিল আৰু সেই সময়ত তাত কেইবাজনো শ্ৰমিক উপস্থিত আছিল। অগ্নিদগ্ধ হৈ তিনি শ্ৰমিকৰ মৃত্যু হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে।

অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী জোৱান, ফৰেনছিক দল আৰু অগ্নিনিৰ্বাপক বাহিনীক উদ্ধাৰ অভিযানৰ বাবে স্থানলৈ প্ৰেৰণ কৰা হয়

কাৰখানাটোৰ তিনিজন অপাৰেটৰক আৰক্ষীৰ জিম্মাত লোৱা হৈছে বুলি উল্লেখ কৰি বনছালে কয় যে ইউনিটটোৰ হাতত ফটকা নিৰ্মাণৰ অনুজ্ঞাপত্ৰ থকাৰ বিপৰীতে নিৰ্মাণ কৰা নিৰ্দিষ্ট প্ৰক্ৰিয়া সম্পৰ্কে তদন্ত চলোৱা হৈছে।

যিহেতু সেই সময়ত কাৰখানাটোত মানুহে কাম কৰি আছিল আৰু বিস্ফোৰণৰ বলত অট্টালিকাটো ভাঙি পৰাৰ বাবে বিষয়াসকলে ব্যাপক ক্ষতিৰ আশংকা কৰিছে।

উল্লেখ্য যে অঞ্চলটোত বহু অবৈধ ফটকা কাৰখানা চলি থকা বুলি স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছিল যদিও প্ৰশাসনে এই অভিযোগ গুৰুত্ব সহকাৰে লোৱা নাছিল বুলি খেদ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd