• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জখলাবন্ধা চৰকাৰী চিকিৎসালয়ত বিতৰণ কৰিলে ম্যাদ ওকলা ঔষধ : তীব্ৰ প্ৰতিক্ৰিয়া

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , July 12, 2018 9:39 pm

2 min read

EyeCamp

চকু চিকিৎসা শিবিৰৰ এটা দৃশ্য।

117
VIEWS
Share on FacebookShare on Twitter
আজি কলিয়াবৰৰ জখলাবন্ধা চিকিৎসালয়ত নগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰু ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম আৰু পথ পৰিবহণ মন্ত্ৰ্যালয়ৰ উদ্যোগত এটা বিনামূলীয়া চকু চিকিৎসা শিৱিৰ আয়োজন কৰা হয়। বিনামূলীয়া এই চকু চিকিৎসা শিবিৰত অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ ৰোগীয়ে অংশগ্ৰহণ কৰে।
কিন্তু চৰকাৰী চিকিৎসালয়খনত অনুষ্ঠিত এই চকু চিকিৎসা শিবিৰলৈ চিকিৎসাৰ বাবে অহা ৰোগীক ম্যাদ ওকলা ঔষধ কৰি চিকিৎসালয় কৰ্তৃপক্ষই অবিবেচকী কাণ্ড কৰে।
EyeCamp_3
ৰোগীক বিতৰণ কৰা ম্যাদ ওকলা ঔষধ।
জানিব পৰামতে, চিকিৎসালয়খনত বিতৰণ কৰা ঔষধবোৰৰ চলিত বৰ্ষৰ জানুৱাৰিতে ম্যাদ উকলি গৈছে। এনেকুৱা ম্যাদ ওকলা ঔষধ লৈয়ে বহু ৰোগী ইতিপূৰ্বে ঘৰাঘৰি গৈছিল যদিও পিছত সেয়া সচেতন দুই-এজনৰ চকুত পৰে। চিকিৎসকৰ পৰা ঔষধ লাভ কৰা এজন লোকে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্তৰ সন্মুখতেই এই ঘটনাটো পোহৰলৈ আনে। ইয়াৰ পিছতে চিকিৎসালয়খনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ামতে, বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজন কৰা N.H.I.D.C.L. ৰ তৰফৰ পৰা যোগান ধৰা হৈছিল এইসমুহ চকুৰ দৰৱ।
পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত আয়োজকে ম্যাদ উকলা ঔষধসমূহ সলনি কৰি দিয়ে। কিন্তু বহু ৰোগীয়ে ইতিমধ্যে চিকিৎসাসেৱা আৰু ঔষধ গ্ৰহণ কৰি ঘৰলৈ উভতি গৈছিল।
জানিব পৰামতে, চাৰি শতাধিক ৰোগীয়ে চকু চিকিৎসাৰ বাবে আজিৰ শিবিৰটোত নাম পঞ্জীয়ন কৰিছিল। চৰকাৰী চিকিৎসালয় এখনত হোৱা চিকিৎসা শিবিৰ এটাত ম্যাদ ওকলা ঔষধ বিতৰণ কৰাৰ দৰেএনেকুৱা অবিবেচকী কাণ্ডক গৰিহণা দিছে স্থানীয় ৰাইজে।

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd