• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম চুক্তিৰ ৩৩ বছৰ : আজি অসম আন্দোলনৰ ৮৫৫জন চহিদক সোঁৱৰিব আছুৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2018 8:09 am
AASU on India's New Education Policy 2020

প্ৰতীক আছুৰ।

120
VIEWS
Share on FacebookShare on Twitter

১৯৮৫ চনৰ ১৫ আগষ্ট দিনটো অসমৰ বাবে ঐতিহাসিক দিন। কিয়নো দীৰ্ঘদিনীয়া অসম আন্দোলনৰ পাছত উক্ত দিনটোতে সম্পাদিত হৈছিল অসম চুক্তি। কাইলৈ সমগ্ৰ দেশবাসীয়ে ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে অসম চুক্তিয়েও সম্পূৰ্ণ কৰিব ৩৩ বছৰ।

অসম চুক্তি সম্পাদিত হোৱাৰ ৩৩ বছৰ উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাই আজি সন্ধিয়া প্ৰতিখন জিলা, মহকুমা আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনাব অসম আন্দোলনৰ চহিদসকলক।

এই সন্দৰ্ভত ছাত্ৰ সন্থাৰ বিষয়ববীয়াই অতি স্পষ্ট আৰু দৃঢ়তাৰে কয় যে অসম চুক্তি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰি অসমৰ বিদেশী নাগৰিক, ভাৰত-বাংলাদেশ আদি জ্বলন্ত সমস্যা সমূহ সমাধান কৰিবই লাগিব। জাতিৰ বাবে নিজকে উৎসৰ্গা কৰি দিয়া ৮৫৫ জন চহিদৰ তেজ আৰু হাজাৰ হাজাৰ নিৰ্যাতিতাৰ ত্যাগ আমি অথলে যাব নিদিওঁ।

ইফালে ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মণি মাধৱ মহন্ত আৰু সম্পাদক লুৰীণজ্যোতি গগৈয়ে আক্ষেপ কৰি কয় যে আজিলৈ অসম চুক্তি অনুসৰি একো এটা কামেই নহ’ল। চুক্তি অনুসৰি জনজাতীয় বেল্ট, অৰ্থনৈতিক ৰক্ষাকৱচ, ব্লক, চৰকাৰী মাটি, বনাঞ্চল, সত্ৰ মাটি আজি পৰ্যন্ত সুৰক্ষিত নহ’ল। আনকি অশোক কাগজ কলটো মুকলি নোহোৱাটো অসমৰ বাবে চৰম দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।

নেতাদ্বয়ে লগতে কয় যে বিগত ৩৩ বছৰে দিল্লী-দিচপুৰত সকলো ৰাজনৈতিক দলৰেই চৰকাৰ আছিল। কিন্তু কোনো এটা দলে অসম চুক্তি আখৰে আখৰে পালন কৰিবলৈ সৎ সাহস দেখুৱাব নোৱাৰিলে।

ইফালে উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলি থকা নাগৰিকপঞ্জীৰ জৰিয়তে অবৈধ বাংলাদেশী মুক্ত এখন শুদ্ধ নাগৰিকপঞ্জী পাব বুলি অসমৰ ৰাইজে আশা প্ৰকাশ কৰা বুলিও মন্তব্য কৰে।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd