• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

NE NOW NEWS চানু গগৈ
মৰিগাঁও , January 20, 2021 8:05 am

1 min read

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

ফটো : নৰ্থ-ইষ্ট নাও

1.4k
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁও জিলাৰ পশ্চিমাঞ্চলৰ জাগীভকত গাঁৱৰ মায়ং খণ্ড উন্নয়ন কাৰ্যালয়ৰ সমীপৰ বিষ্ণু ৰাভা ৰংগমঞ্চত মঙলবাৰে এখন বিশাল সজাগতা সভা অনুষ্ঠিত হৈ যায়।

ৰাজ্য চৰকাৰৰ অভিলাসী কনকলতা মহিলা সবলীকৰণ আঁচনিৰ পৰা ৫০,০০০ টকাকৈ লাভ কৰা আত্ম সহায়ক গোটৰ সদস্য সকলক সজাগ কৰাৰ লক্ষ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা অনুষ্ঠিত হয় এই সভা।

২০১৬ চনৰ পাছত বেংকৰ পৰা ঋণ লৈ পৰিশোধ কৰা বচা বচা গোট সমূহক পুনৰ ৫০ হাজাৰ টকাকৈ দিবলৈ সাজু হোৱাৰ সমান্তৰালকৈ মায়ং উন্নয়ন খণ্ডৰ ৩৫৯ টা গোটে এই সুবিধা লাভ কৰিছে বুলি গ্ৰামীণ জীৱিকা অভিযানে ঘোষণা কৰে।

লগতে পৰৱৰ্তী সময়ত আৰু গোটক এই সুবিধা দিয়া হ’ব বুলি ASRLM ৰ বিষয়া সকলে জানিবলৈ দিয়ে।

মায়ং খণ্ড উন্নয়ন বিষয়া জুৰি শইকীয়াই সভাপতিত্ব কৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ স্বাস্থ্য ও নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা।

অসমত ইতিমধ্যে প্ৰায় আঢ়ৈ লাখ আত্ম সহায়ক গোটে পঁচিশ হাজাৰকৈ টকা পাইছে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

লগতে মন্ত্ৰীগৰাকীয়ে বেংকৰ পৰা লোৱা ঋণ পৰিশোধ কৰিলে কিদৰে লাভবান হ’ব পাৰি তাৰো এটি আভাষ দাঙি ধৰে।

ইয়াৰ উপৰি নাবাৰ্ডৰ বিষয়া, বেংকৰ বিষয়া, জীৱিকা সখী বেংক সখী, ASRLM ৰ বিষয়া সকলেও সজাগতা সভাত বক্তব্য ৰাখে।

অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ আত্মসহায়ক গোটৰ লগতে প্ৰায় সহশ্ৰাধিক ৰাইজ উপস্থিত থাকে।

Recent News

index-12-750x376

অগপই প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা : তেজপুৰত বৃন্দাবন বাহিৰ; বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাক প্ৰাৰ্থীত্ব

প্ৰত্যাৱৰ্তন সুখকৰ নহ’ল ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ, দক্ষিণ আফ্ৰিকাৰ হাতত শোচনীয় পৰাজয়

প্ৰত্যাৱৰ্তন সুখকৰ নহ’ল ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ, দক্ষিণ আফ্ৰিকাৰ হাতত শোচনীয় পৰাজয়

index.jpgkkk

৫০ জনীয়া দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ অসম জাতীয় পৰিষদৰ : সভাপতি লুৰীণ জ্যোতিয়ে খেলিব দুটা সমষ্টিত

বংগ নিৰ্বাচন : মোদীৰ ‘সোণাৰ বাংলা’- মমতাৰ ‘এলপিজি চিলিণ্ডাৰ’, ক্ৰমাৎ উত্তপ্ত হৈছে বাকযুদ্ধ

বংগ নিৰ্বাচন : মোদীৰ ‘সোণাৰ বাংলা’- মমতাৰ ‘এলপিজি চিলিণ্ডাৰ’, ক্ৰমাৎ উত্তপ্ত হৈছে বাকযুদ্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd