• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত চোৰাং কাঠ সহ দুজন সৰবৰাহকাৰী আটক

NE NOW NEWS চাজিদ খান
ওদালগুৰি , August 24, 2018 12:57 pm

1 min read

23.08.2018

ফটো : নৰ্থ-ইষ্ট নাও

66
VIEWS
Share on FacebookShare on Twitter

অসামাজিক কাম-কাজ ৰোধ কৰাৰ উদ্দেশ্যে ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত এছ এছ বিৰ ৩৭নং বেটেলিয়নৰ দলে বিভিন্ন সময়ত অভিযান চলাই কৃতকাৰ্যতা লাভ কৰা পৰিলক্ষিত হৈছে। ঠিক সেইদৰে বৃহস্পতিবাৰেও বেটেলিয়নৰ দলটোৱে এক অভিযান চলাই ভাৰত-ভূটান সীমান্তৰ বৰমাখুলী ব্ৰীজৰ ওচৰৰ পৰা এখন চোৰাং কাঠ ভৰ্তী টাটা পিকআপ ভান জব্দ কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে বাহনখনৰ পৰা অবৈধভাৱে কঢ়িওৱা বহুতো কাঠৰ কুণ্ডা জব্দ কৰাৰ লগতে কাঠ সৰবৰাহৰ লগত জড়িত দুজন ব্যক্তিকো আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন কাঠ সৰবৰাহকাৰী দুজন ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত হাগ্ৰামাৰী গাঁৱৰ সন্তোষ বসুমতাৰী(২৭) আৰু প্ৰদীপ দৈমাৰী(৪০) বুলি চিনাক্ত কৰা হৈছে।

ইফালে বেটেলিয়নৰ দলটোৱে পাছত জব্দ কৰা কাঠখিনিৰ লগতে কাঠ সৰবৰাহৰ লগত জড়িত লোক দুজনক নোনাইখুটি বনাঞ্চলিক কাৰ্যালয়ত গতাই দিয়ে।

উল্লেখযোগ্য যে এছ এছ বিৰ জোৱানে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত পহৰা দিয়াৰ লগতে বিভিন্ন সময়ত বিভিন্ন অসামাজিক গতি বিধিৰ ওপৰত নজৰ ৰাখি তাক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা কাৰ্য স্বাভাৱিকতে শলাগ ল’বলগীয়া।

Recent News

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd