• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশত বিগত ২৪ ঘণ্টাত ২৫৯৫ গৰাকী লোক ক’ৰ’না সংক্ৰমিত, ৩৭ গৰাকী লোকৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 17, 2020 5:11 pm

1 min read

বাংলাদেশত বিগত ২৪ ঘণ্টাত ২৫৯৫ গৰাকী লোক ক’ৰ’না সংক্ৰমিত, ৩৭ গৰাকী লোকৰ মৃত্যু
319
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ চুবুৰীয়া বাংলাদেশত বিগত ২৪ ঘণ্টাত নতুনকৈ ৩৭ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

ইয়াৰ ফলত দেশখনত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৬৯৪ গৰাকীলৈ বৃদ্ধি পায়।

আনহাতে, বাংলাদেশত মুঠ ক’ৰ’না প’জিটিভ লোকৰ সংখ্যা ২৭৯১৪৪ গৰাকীলৈ বৃদ্ধি পায়। বিগত ২৪ ঘণ্টাত  ২৫৯৫ গৰাকী লোক দেশখনত ক’ৰ’না প’জিটিভ হিচাপে চিনাক্ত হয়।

তদুপৰি, বাংলাদেশত বিগত ২৪ ঘণ্টাত ১৬৪১ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠাৰ ফলত দেশখনত সুস্থ হৈ উঠা মুঠ লোকৰ সংখ্যা ১৬০৫৯১ গৰাকীলৈ বৃদ্ধি হয়।

চৰকাৰী সূত্ৰ অনুসৰি বাংলাদেশত আৰোগ্যৰ হাৰ ৫৭.৫৩ শতাংশ হোৱাৰ বিপৰীতে মৃত্যুৰ হাৰ ১.৩২ শতাংশ।

বিগত ২৪ ঘণ্টাত বাংলাদেশত ৮৭ টা পৰীক্ষাগাৰত মুঠ ১২,৫২৩ টা নমুনা পৰীক্ষা কৰা হয়।

সমগ্ৰ বিশ্বত এতিয়ালৈ মুঠ ২১.৬৯ মিলিয়ন লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু ৭,৭৫,৬২৬ গৰাকী লোকৰ মৃত্যু হৈছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd