• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত যোৱা আঢ়ৈ বছৰত অসমত গ্ৰেপ্তাৰ কৰা হৈছে ৩৯০ গৰাকী ব্যক্তিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2023 4:33 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে সোমবাৰে প্ৰকাশ কৰে যে দেশ বিৰোধী বা উগ্ৰপন্থী কাৰ্যকলাপৰ সৈতে সম্পৰ্ক থকাৰ বাবে বিগত দুবছৰ পাঁচ মাহত নিৰাপত্তা বাহিনীয়ে অসমত ৩৯০ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনাই কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ লিখিত প্ৰশ্নৰ উত্তৰত কয় যে ৩৯০ জন লোকক ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। 

Apply Now

কোকৰাঝাৰৰ পৰা ৫২ জন, ওদালগুৰিৰ পৰা ৪৩ জন, ডিমা হাছাওৰ পৰা ৪০ জন, বৰপেটাৰ পৰা ৩৮ জন, তিনিচুকীয়াৰ পৰা ৩০ জন আৰু বাকছা জিলাৰ পৰা ২৯ জন লোকক ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।

তদুপৰি গৰু সৰবৰাহৰ সৈতে জড়িত গোচৰত ২৯৪২ জন লোক গ্ৰেপ্তাৰ হোৱাৰ বিপৰীতে চলিত ৰাজ্য চৰকাৰৰ কাৰ্যকালত অসমত মহিলা সৰবৰাহৰ সৈতে জড়িত গোচৰত ৪৩৪জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

এই সময়ছোৱাত ড্ৰাগছ সৈতে জড়িত গোচৰত ১১,৬২৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ২,৮১৭.৮৫ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে।

লগতে এই সময়ছোৱাত ২৭,৮৫৮ টা গৰু সৰবৰাহকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা হৈছে বুলিও ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

গৰু সৰবৰাহৰ গোচৰত নগাঁও জিলাত ৪৮৬ জন, গুৱাহাটী চহৰত ২৮৭ জন, কোকৰাঝাৰত ২৪১ জন, দক্ষিণ শালমাৰাত ২৩৫ জন, ধুবুৰীত ২৩৪ জন, কামৰূপত ১৯২ জন, গোলাঘাটত ১৫৭ জন, শোণিতপুৰত ১৩৫ জন, বিশ্বনাথত ১০১ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

আনহাতে চলিত চৰকাৰৰ কাৰ্যকালত ১৩৪২ টা শিশু আৰু ১৪৬ গৰাকী মহিলাক নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিছে।

অসম চৰকাৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামক দিয়া আন এক লিখিত উত্তৰত কয় যে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা আগষ্টৰ ভিতৰত ৰাজ্যখনত ৬৩৯টা ধৰ্ষণ, ৪২টা ডকাইটি আৰু ৬৪৩টা হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছে।

লগতে পঢ়কঃ  দেশদ্ৰোহ আইনক প্ৰত্যাহ্বান; গোচৰ বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd