• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৃহস্পতিবাৰে বিজেপিত যোগ দিব ৩ বাৰৰ বিধায়ক জেষ্ঠ কংগ্ৰেছী নেতাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 8, 2019 12:04 pm

2 min read

BJP and Congress

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

11.7k
VIEWS
Share on FacebookShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছত অব্যাহত আছে খহনীয়া। লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বেয়া ফলাফলৰ পাছত ইজনৰ পাছত সিজন কংগ্ৰেছী জেষ্ঠ নেতাই দল ত্যাগ কৰি বিজেপিমুখি হোৱা পৰিলক্ষিত হৈছে।

ইতমধ্যে কংগ্ৰেছৰ পৰা পদত্যাগ কৰা তিনিচুকীয়াৰ প্ৰাক্তন বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিঙে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব বুলি খবৰ লাভ কৰা হৈছে।

বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এখন সভাত আনুষ্ঠানিকভাৱে প্ৰাক্তন কংগ্ৰেছী নেতাগৰাকীয়ে গেৰুৱা দলটোৰ সদস্য পদ গ্ৰহণ কৰিব বুলি বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰত প্ৰকাশ পাইছে।

Rajendra Prasad Sing
ৰাজেন্দ্ৰ প্ৰসাদ সিঙ উৎস-ফেইচবুক

উল্লেখযোগ্য যে, উজনি অসমত প্ৰদেশ কংগ্ৰেছৰ শক্তিশালী ভেটি গঢ়া এগৰাকী উল্লেখযোগ্য কাণ্ডাৰী ৰাজেন্দ্ৰ প্ৰসাদ সিঙে ২০০১ চনৰ পৰা ২০১৬ চনলৈ তিনিবাৰ তিনিচুকীয়াৰ বিধায়ক হিচাপে অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল।

২০১৬ চনৰ বিধানসভা নিৰ্বাচত সঞ্জয় কিষাণে ৰাজেন্দ্ৰ প্ৰসাদ সিঙক পৰাস্ত কৰাৰ পাছতে সমষ্টিটোত ক্ৰমান্বয়ে কংগ্ৰেছে জনসমৰ্থন হেৰুৱাবলৈ আৰম্ভ কৰিছিল।

আনহাতে, কংগ্ৰেছৰ আন এগৰাকী জেষ্ঠ নেতা তথা প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতায়ো আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগ কৰা বুলি ঘোষণা কৰিছিল।

এনেদৰে ইজনৰ পাছত সিজন জেষ্ঠ কংগ্ৰেছী নেতাৰ পদত্যাগে ৰাজ্যত কংগ্ৰেছ নেতৃত্বৰ ওপৰত প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd