• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিয়েৰ পানৰ সময়ত সদায়ে মানি চলক এই চাৰিটা কথা, নহ’লে হ’ব পাৰে বিপদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2022 4:36 pm
Beer
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বজুৰি সম্প্ৰতি চাহিদা বৃদ্ধি পাইছে শীতল সুৰা বিয়েৰৰ। বিশেষকৈ গৰম কালত অন্য সুৰা পান কৰাতকৈ বিয়েৰক প্ৰাধান্য দিয়ে সুৰাপায়ী সকলে। গৰমক পৰাস্ত কৰিবলৈ বিয়েৰ হৈ পৰে সুৰাপায়ীৰ বাবে অন্যতম আহিলা।

অৱশ্য কেৱল যে গৰমতহে বিয়েৰ পান কৰিব পৰা যায়, এনে নহয়। বছৰৰ যিকোনো সময়তে যিকোনো বতৰতে বিয়েৰক প্ৰথম পচন্দ হিচাপে বহুলোকে অগ্ৰাধিকাৰ দিয়ে।

Apply Now

বীয়েৰে কৰোনেৰী হৃদৰোগ, ইস্কিমিক ষ্ট্ৰোক, ডায়বেটিচ টাইপ -2 আৰু পাচন নলীৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰে বুলিও জনা যায়।

কিন্তু বিয়েৰ পানৰ লাভৰ সমানে ইয়াৰ যথেষ্ট ক্ষতিকাৰক প্ৰভাৱো আছে। অৱশ্যে সীমিত পৰিমাণে এক নিৰ্দিষ্ট নিয়ন্ত্ৰণৰ ভিতৰত সুৰাপান কৰাটো স্বাস্থ্য ৰক্ষাৰ মূল চাবিকাঠি।

আপুনিও যদি বিয়েৰ পান কৰে, যথাসম্ভৱ বিয়েৰ পানৰ সময়ত নিজকে নিয়ন্ত্ৰণ কৰক। অধিক মাত্ৰাত বিয়েৰ পানৰ ফলত যাতে আপোনাৰ স্বাস্থ্যৰ ক্ষতি সাধন নহয়, তাৰ প্ৰতিও নিজেই দৃষ্টি ৰাখিব লাগে।

পিছে বিয়েৰ পানৰ সময়ত পৰাপক্ষত আপুনি কিছুমান কৰিবলগীয়া আৰু আন কিছুমান নকৰিবলগীয়া নিয়মো আছে। এনে চাৰিটা নিয়ম বিয়েৰ পানৰ সময়ত আপুনি ভুলতো নাপাহৰিব। নহ’লে বিয়েৰ পান আপোনাৰ বাবে হৈ উঠিব পাৰে মাৰাত্মক।

যদি আপোনাৰ পিয়াহ লাগিছে তেন্তে বিয়েৰ পৰিহাৰ কৰিব

যদিও বিয়েৰক যথেষ্ট সতেজ যেন লাগে, এবটল বিয়েৰত সাধাৰণতে ৪.৫ শতাংশৰ পৰা ৮ শতাংশৰ ভিতৰত এলকহল মিহলি হৈ থাকে। ই পানীতকৈ বহুত দ্ৰুতগতিত শৰীৰত মিহলি হয়। গতিকে অত্যাধিক সেৱনৰ ফলত ডিহাইড্ৰেচন হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। সেয়ে এনে সমস্যা প্ৰতিৰোধ কৰিবলৈ বিয়েৰ খোৱাৰ পিছত পানী খাবলৈ পৰামৰ্শ দিয়া হয়।

একেলগে ব্ৰেড আৰু বিয়েৰ পৰিহাৰ কৰিব

যদি আপুনি বিয়েৰ খোৱাৰ পিছত শৰীৰ ফুলি যোৱাৰ পৰা ৰক্ষা পৰিব বিচাৰে তেন্তে এই নিয়ম কঠোৰভাৱে অনুসৰণ কৰা প্ৰয়োজন। কিয়নো দুয়োটাতে যথেষ্ট পৰিমাণৰ ইষ্ট (Yeast) থাকে আৰু পাচন তন্ত্ৰই একেলগে ইমান উচ্চ পৰিমাণৰ ইষ্ট প্ৰক্ৰিয়া কৰিব নোৱাৰে।

বৰফত পৰিণত হোৱা বিয়েৰ নাখাব

ঠাণ্ডা আৰু বৰফ হৈ পৰা ঠাণ্ডা বিয়েৰ দুয়োটা সম্পূৰ্ণ পৃথক। বিশেষজ্ঞসকলৰ মতে, ঠাণ্ডা বীয়েৰে শৰীৰক সতেজ আৰু শান্ত কৰা যেন লাগে। কিন্তু বৰফ হৈ পৰা ঠাণ্ডা বিয়েৰৰ ফলত বিভিন্ন ধৰণৰ গেষ্ট্ৰোইনটেষ্টিনেল সমস্যা হ’ব পাৰে।

ইয়াৰ কাৰণ হৈছে গেষ্ট্ৰোইনটেষ্টিনেল ট্ৰেক্টৰ তাপমাত্ৰা দ্ৰুতগতিত হ্ৰাস হয় আৰু তেজৰ প্ৰবাহ প্ৰভাৱিত হ’ব পাৰে। ইয়াৰ ফলত অৱশেষত পাচন তন্ত্ৰৰ ক্ষতিৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

আপুনি গৰ্ভৱতী হ’লে বিয়েৰ পান নকৰিব

আপুনি যদি গৰ্ভৱতী ভুলতো আপুনি বিয়েৰ পান নকৰিব। কেৱল বিয়েৰেই নহয় সকলো ধৰণৰ এলকহল যুক্ত পানীয়ই গৰ্ভৱতী মহিলাই পৰিহাৰ কৰা উচিত। কিয়নো তেজত সুৰা মিহলি হৈ গৰ্ভত থকা ভ্ৰূণটোত প্ৰভাৱ পেলাব পাৰে আৰু ই ভ্ৰণটোৰ বিকাশত বাধাৰ সৃষ্টি কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd