• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগালেণ্ডৰ লংলেঙত কয়লা খনিত অসমৰ চাৰিজন শ্ৰমিকৰ মৃত্যু

ভদ্র গগৈ by ভদ্র গগৈ
March 4, 2019 12:30 pm
18881942_717721895097728_7723527117357619009_n-750x375

এটি কয়লা খনি । ফটো উৎস : জিঅ'লজি অৱ নাগালেণ্ড ফেচবুক

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ লংলেঙ জিলাৰ টামলুৰ অন্তৰ্গত য়ংলুক গাঁৱত অৱস্থিত এটা পৰিত্যক্ত কয়লা খনিত বিষাক্ত গেছত আক্ৰান্ত হৈ অথবা ভিতৰত হোৱা ভূমিস্খলনৰ ফলত শনিবাৰে অসমৰ চাৰিজন খনি শ্ৰমিকৰ মৃত্যু হৈছে।

কয়লা খনিত মৃত্যু হোৱা শ্ৰমিক কেইজনৰ তিনিজনক অসমৰ শিৱসাগৰ জিলাৰ জিতেন তাঁতী (৪০), কৃষ্ণ গগৈ (৩২), টুটু ডেকা (২৮) আৰু আনজনক চৰাইদেউ জিলাৰ সুছান ফুকন (৩৭) বুলি চিনাক্ত কৰা হৈছে।

Apply Now

সূত্ৰসমূহে দেওবাৰে জানিবলৈ দিয়া মতে বিয়লি প্ৰায় ৪ বজাত দুৰ্ঘটনাটো সংঘটিত হয়।

আনহাতে, দেওবাৰে বিয়লিয়েই পৰিত্যক্ত কয়লাখনিটোৰ পৰা মৃতদেহকেইটা য়ংলুক গাঁও পৰিষদৰ সদস্যসকলৰ লগতে আৰক্ষীৰ উপস্থিতিত উদ্ধাৰ কৰি পৰিয়ালৰ হাতত গতাই দিয়া হয়।

লংলেঙৰ উপায়ুক্ত জন ছুলিছে ছাংটামে পৰিত্যক্ত কয়লাখনিটোৰ পৰা চাৰিটা মৃতদেহ উদ্ধাৰ কৰাৰ কথা নিশ্চিত কৰিছে।

ছাংটামে কয় যে টামলুৰ অতিৰিক্ত উপায়ুক্ত চি কন্যাকে জানিবলৈ দিয়া অনুসৰি ঘটনাৰ বলি হোৱা লোক চাৰিজনে পূৰ্বতে তেওঁলোকে এৰি যোৱা তেওঁলোকৰ বস্তু বাহানি লৈ আনিবলৈ কয়লাখনিটোলৈ গৈছিল।

তেওঁ কয় যে কিছু বিষাক্ত গেছ বা পৰিত্যক্ত খনিটোৰ ভিতৰত ভূমিস্খলনৰ ফলতেই খনি শ্ৰমিক চাৰিজনৰ মৃত্যু হৈছে। ছাংটামে লগতে জনায় যে কয়লাখনিটো বহ বছৰ ধৰি পৰিত্যক্ত হৈ পৰি আছিল।

উপায়ুক্ত গৰাকীয়ে মৰণোত্তৰ পৰীক্ষা অবিহনেই মৃতদেহকেইটা পৰিয়ালক গতাই দিয়া বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে পৰিয়ালৰ লোকে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাটো বিচৰা নাই।

লংলেঙৰ আৰক্ষী অধীক্ষক স্বৰ্ণবিকাইক যোগাযোগ কৰাত তেওঁ জানিবলৈ দিয়ে যে তেওঁ শনিবাৰে নিশা ৯ মান বজাত দুৰ্ঘটনাটোৰ খৱৰ লাভ কৰাৰ পাছতে লগে লগেই য়ুংলুক আৰক্ষীক অৱগত কৰে।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে দুৰ্ঘটনাটোৰ বলি হোৱা লোককেইজনে তেওঁলোকৰ এৰি যোৱা বস্তু-বাহানি আনিবলৈ পৰিত্যক্ত কয়লাখনিটোলৈ গৈছিল। নাগালেণ্ড চৰকাৰে যোৱা মাহত ৰাজ্যখনত অবৈধ কয়লা খনন নিষিদ্ধ কৰিছিল।

উল্লেখযোগ্য যে যোৱা ২০১৮ চনৰ ১৩ ডিচেম্বৰত মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ এটা অবৈধ কয়লা খনিত ১৫জন শ্ৰমিকৰ মৃত্যু হৈছিল।

ভদ্র গগৈ

ভদ্র গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd