• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

একেটা পৰিয়ালৰে চাৰিজনক হত্যা! : পানী টেংকিৰ পৰা উদ্ধাৰ মৃতদেহ, সংকটজনক এটি ১১ বছৰীয়া শিশু

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2020 2:38 pm
index
15.5k
VIEWS
Share on FacebookShare on Twitter

এটা পানী টেংকিৰ পৰা একেটা পৰিয়ালৰ চাৰিজনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। লগতে আৰক্ষীয়ে ১১ বছৰীয়া আগাতপ্ৰাপ্ত এটি শিশুক অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰিছে।

সমগ্ৰ ঘটনাটোৱে দেশৰ এখন ৰাজ্যত সৃষ্টি কৰিছে চাঞ্চল্যৰ।

হতাকাণ্ডটো সংঘটিত হৈছে ছত্তিশগড়ৰ দুৰ্গ জিলাৰ এখন গাঁৱত।

সোমবাৰে সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণী অনুসৰি পুৱা জিলাখনৰ অম্লেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত খুদমুড়া গাঁৱৰ বলৰাজ শংকৰ(৬০), তেওঁৰ পত্নী দুলাৰীণ বাই(৫৫), পুত্ৰ ৰোহিত(৩০) আৰু বোৱাৰীয়েক কিৰ্টিনৰ মৃতদেহ এটা পানী টেংকিৰ পৰা উদ্ধাৰ কৰা হৈছে।

ইফালে শংকৰৰ ১১ বছৰীয়া আঘাতপ্ৰাপ্ত নাতিয়েকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ৰায়পুৰৰ এখন চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

“গধুৰ বস্তুৰে হেঁচা মাৰি থোৱা অৱস্থাত এটা পানী টেংকিৰ পৰা চাৰিওটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ঘটনাটো মাজৰাতি সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।” চাব ডিভিজনেল আৰক্ষী বিষয়া আকাশ ৰাওৱে সাংবাদিকৰ আগত কয়।

ইতিমধ্যে আৰক্ষীয়ে হত্যাকাণ্ডটোৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰিছে যে শিশুটি সমগ্ৰ হত্যাকাণ্ডটোৰ প্ৰত্যক্ষদৰ্শী আছিল আৰু তেওঁ সুস্থ হোৱাৰ পিছত হত্যাকাণ্ডটোৰ সমস্ত ঘটনাক্ৰম পোহৰলৈ আহিব।

অৱ্শ্যে এতিয়াও ১১ বছৰীয়া শিশুটিয়ে সংজ্ঞা ঘূৰাই পোৱা নাই বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ইফালে পৰিয়ালটোৰ গাঁৱৰ কোনো লোকৰ সৈতে শত্ৰুতা নাছিল বুলি প্ৰকাশ কৰিছে গঞাই। পৰিয়ালটো এখন কৃষি ফাৰ্মত কৰ্মৰত আছিল আৰু তাতে তেওঁলোক জুপুৰি সাজি বাস কৰিছিল বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

“আমি ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছো। প্ৰাথমিক অনুসন্ধানত কিছু ক্লু লাভ কৰিছো। আমি সকলো সম্ভাৱ্য দিশৰ পৰাই হত্যাকাণ্ডটোৰ অনুসন্ধান আৰম্ভ কৰিছো।” আৰক্ষী বিষয়া ৰাওৱে কয়।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd