• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোডীৰ দিনত আৰ্থিক বৈষম্যৰ অভিলেখ : ভাৰতৰ মুঠ ধনৰ ৪০ শতাংশ ধন মাত্ৰ ১ শতাংশ ধনী লোকৰ হাতত!

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 22, 2024 12:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেৰিছ স্কুল অৱ ইকনমিক্সৰ অৰ্থনীতিবিদসকলৰ মতে, ভাৰতৰ মুঠ আয়ৰ ২২ শতাংশ কেৱল ধনী লোকসকলৰ আয়। আনহাতে, দেশৰ ৫০ শতাংশ জনসাধাৰণৰ আয় দেশৰ মুঠ আয়ৰ ১৫ শতাংশহে। প্ৰতিবেদন অনুসৰি জনগণৰ বাৰ্ষিক গড় আয় ৫৩ লাখ টকা। 

৪০ শতাংশ মানুহৰ গড় আয় অৰ্থাৎ মধ্যম শাৰীৰ আয় ১ লাখ ৬৫ হাজাৰ টকা। আৰু বাকী ১০ শতাংশ অৰ্থাৎ ধনী মানুহৰ গড় আয় ৪৮ কোটি টকা। যিটো ভাৰতৰ বাকী আয়ৰ দুহাজাৰ গুণতকৈও অধিক।

Apply Now

কিয় এই বৈষম্য? অৰ্থনীতিবিদসকলৰ মতে ইয়াৰ সম্ভাৱ্য কাৰণ হ’ব পাৰে নব্বৈৰ দশকলৈকে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ দৰমহা বৃদ্ধিৰ পাৰ্থক্য। তেওঁলোকৰ মতে উপাৰ্জনৰ ক্ষেত্ৰত দেশৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকল দমন হৈয়েই আছে। উচ্চবৰ্গৰ মানুহৰ দৰে শিক্ষাৰ সুবিধা তেওঁলোকৰ নাই। কৰ ব্যৱস্থাৰ ওপৰতো নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ ওপৰত যথেষ্ট বোজা পৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে স্বাধীনতাৰ পিছৰ পৰা আশীৰ দশকৰ আৰম্ভণিলৈকে এই আৰ্থিক বৈষম্য বহু কম আছিল। তাৰ পিছত ক্ৰমান্বয়ে বৃদ্ধি পালে। কিন্তু ২০১৪-১৫ৰ পৰা ২০২২-২৩ চনৰ ভিতৰত ই চূড়ান্ত স্থানত উপনীত হয়।

অৰ্থনীতিবিদসকলে আশংকা কৰে যে, এনে আৰ্থিক বৈষম্যৰ বাবে ভাৰতত ক্ৰমান্বয়ে ধনী বা ‘প্লুট’ক্ৰেচি’ৰ শাসন প্ৰতিষ্ঠা হ’ব পাৰে। ফলত গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ দুৰ্বল হৈ পৰিব। কিন্তু স্বাধীনতাৰ পিছত এই প্ৰতিষ্ঠানসমূহেই আছিল ‘আদৰ্শ’। কিন্তু সময়ৰ লগে এই প্ৰতিষ্ঠান সমূহ আপোচকামী হৈ পৰিছে। 

ইয়াৰ সমাধান হিচাপে অৰ্থনীতিবিদসকলে কয় যে দেশৰ ১৬৭ জন ধনী লোকৰ ওপৰত ২ শতাংশ হাৰত কৰ আৰোপ কৰা উচিত। দেশৰ শিক্ষা, স্বাস্থ্য আৰু পুষ্টিৰ ক্ষেত্ৰত ইয়াৰ পৰা পোৱা আয় ব্যৱহাৰ কৰি ব্যৱহাৰ কৰা উচিত। পেৰিছ স্কুল অৱ ইকনমিক্সৰ এই প্ৰতিবেদনে প্ৰকৃততে লোকসভা নিৰ্বাচনৰ পূৰ্বে মোডী চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। বিৰোধীসকলে দাবী কৰিছে যে মোডী চৰকাৰৰ নীতিয়ে দেশৰ ধনীলোকক  ধনী আৰু দৰিদ্ৰ লোকক অধিক দৰিদ্ৰ কৰি তুলিছে। এই প্ৰতিবেদন দাখিল কৰাৰ পিছত চিপিআইএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে পুনৰবাৰ নিজৰ এক্স হেণ্ডেলত এই বিষয়টোৰ প্ৰতি সঁহাৰি জনাইছে।

তেওঁ লিখিছে, “মোডীৰ অধীনত বৈষম্য বাঢ়িছে, আনকি ব্ৰিটিছ ঔপনিৱেশিক যুগকো অতিক্ৰম কৰিছে। দেশৰ মুঠ আয়ৰ ভিতৰত সৰ্বাধিক ধনী ১ শতাংশৰ অংশ ২২.৬ শতাংশ আৰু দেশৰ মুঠ ধনৰ ভিতৰত তেওঁলোকৰ অংশ ৪০.১ শতাংশ। কৰ্পৰেট-সাম্প্ৰদায়িক মিত্ৰজোঁটে ৰাষ্ট্ৰীয় সম্পদ লুটপাত কৰিছে। ধনীক অধিক ধনী আৰু দুখীয়াক অধিক দুখীয়া কৰি তোলা হৈছে।”

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm
স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm
স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd