• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নেপালত ভয়ানক বাছ দুৰ্ঘটনা : মৃত্যু হোৱা ৪১ জনেই ভাৰতীয়

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 24, 2024 5:34 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে নেপালত সংঘটিত হয় এক ভয়ানক বাছ দুৰ্ঘটনা। পোখাৰাৰ পৰা কাঠমাণ্ডুলৈ যাওঁতে যাত্ৰী ভৰ্তি বাছখন তনহুন জিলাৰ মাৰ্ছিয়াংৰি নদীত বাগৰি পৰে।

সূত্ৰৰ মতে বাছখনত চালক আৰু ক্ৰুকে ধৰি ৪৩ জন যাত্ৰী আছিল। ইয়াৰে বৰ্তমানলৈ ৪১ টা মৃতদেহ উদ্ধাৰ হৈছে।

Apply Now

জানিব পৰা মতে, বাছখনৰ অধিকাংশ যাত্ৰী আছিল মহাৰাষ্ট্ৰৰ। ইতিমধ্যে দিল্লীৰ কাষ চাপিছে নিহত সকলৰ পৰিয়ালৰ লোক। ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰলৈ মৃতদেহ ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে উদ্ধাৰ কাম আৰম্ভ কৰে।

শুকুৰবাৰে সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছত সেই স্থানৰ পৰা ১৪ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। সেই সময়ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে যোগাযোগ কৰি দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ যাত্ৰীসকলক ৰাজ্যলৈ ঘূৰাই অনাৰ পদক্ষেপৰ বিষয়ে অৱগত কৰে।

জানিব পৰা মতে শনিবাৰে ভাৰতীয় সেনাৰ বিমানে প্ৰথমে ২৪টা মৃতদেহ ঘূৰাই আনিব। নাচিকৰ পৰিয়ালকেইটাক চৰকাৰে গতাই দিব মৃতদেহ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

October 11, 2026 7:43 am
‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

October 11, 2026 7:43 am
‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd