DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত ক’ৰ’নাৰ পৰা আৰোগ্য লাভৰ সংখ্যা ৪২ গৰাকীলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2020 11:39 am
2411 persons cured of COVID-19 in Assam

প্ৰতিনিধিত্বমূলক ফটো

3.1k
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে ত্ৰিপুৰাত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ১৩ গৰাকী বি এছ এফৰ জোৱানক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়।

ইয়াকে লৈ বৰ্তমান ত্ৰিপুৰাত ক’ৰ’নাৰ পৰা আৰোগ্য হৈ উঠা ব্যক্তিৰ সংখ্যা ৪২ গৰাকীলৈ বৃদ্ধি পাইছে।

শুকুৰবাৰে ত্ৰিপুৰাৰ আগৰতলাৰ গোবিন্দ বল্লভ পণ্ট হস্পাতালৰ পৰা বি এছ এফৰ জোৱান কেইগৰাকীক মুকলি কৰি দিয়া হয়।

বি এছ এফৰ তৰফৰ পৰা চিকিৎসালয়ৰ চিকিৎসাকৰ্মীসকলক শুভেচ্ছা জ্ঞাপন কৰা হয়।

‘‘আমি মানুহৰ বাবে সেৱা কৰিব পাৰি সুখী অনুভৱ কৰিছো,’’ ড০ প্ৰদীপ ভৌমিক নামৰ চিকিৎসালয়খনৰ এগৰাকী জেষ্ঠ চিকিৎসকে এইদৰে কয়।

চিকিৎসক গৰাকীয়ে ভয়ৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি কোভিড-১৯-ৰ বিৰুদ্ধে যুঁজখনত জনসাধাৰণৰ জয় হ’ব বুলি কয়।

শুকুৰবাৰ দিনটোত ত্ৰিপুৰাত ১৩ গৰাকী ক’ৰ’না আক্ৰান্তক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিলেও একেদিনাই ৰাজ্যখনত পুনৰ ১১ গৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰে।

নতুন কৈ ক’ৰ’না আক্ৰান্ত হোৱা ১১ গৰাকী ব্যক্তিৰ ভিতৰত ৭ গৰাকী ৮৬ বেটেলিয়ানৰ বি এছ এফৰ জোৱান হোৱাৰ বিপৰীতে দুগৰাকী বহিঃৰাজ্যৰ পৰা অহা ট্ৰাক ড্ৰাইভাৰ আৰু দুগৰাকী সাধাৰণ নাগৰিক।

Recent News

Pulitzer Prize winner Sana Irshad Mattoo: বিমানবন্দৰত আটক! পুলিৎজাৰ বিজয়ী কাশ্মীৰী মহিলা ফটো সাংবাদিকক বিদেশলৈ যোৱাত বাধা

Pulitzer Prize winner Sana Irshad Mattoo: বিমানবন্দৰত আটক! পুলিৎজাৰ বিজয়ী কাশ্মীৰী মহিলা ফটো সাংবাদিকক বিদেশলৈ যোৱাত বাধা

Uddhav vs Shinde again: যৱনিকা পৰা নাই নাটকৰ! বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সিন্দেৰ প্ৰাৰ্থী ৰাহুলৰ বিৰুদ্ধে উদ্ধৱৰ ৰঞ্জন

Uddhav vs Shinde again: যৱনিকা পৰা নাই নাটকৰ! বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সিন্দেৰ প্ৰাৰ্থী ৰাহুলৰ বিৰুদ্ধে উদ্ধৱৰ ৰঞ্জন

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd