DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমেৰিকাত এমাহতে চাকৰি এৰিলে ৪৪ লাখ লোকে, কিন্তু কিয়?

বিভিন্ন কাৰ্যালয়ত খালী হৈ পৰিছে ১ কোটি ৪ লাখ পদ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 13, 2021 6:49 pm
600
VIEWS
Share on FacebookShare on Twitter

যিটো সময়ত বিশ্বৰ প্ৰায় ভাগ দেশতে হা চাকৰি হা চাকৰি কৰি লাখ লাখ নিৱনুৱাই হুমুনিয়াহ কাঢ়িছে, সেই সময়তে আমেৰিকাৰ দৰে দেশত মাত্ৰ এমাহৰ ভিতৰতে ৪৪ লাখ লোকে লোভনীয় দৰমহাৰ চাকৰি এৰি দিছে।

মাৰ্কিন শ্ৰম দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি কেৱল ছেপ্তেম্বৰ মাহতে ৪৪ লাখ লোকে চাকৰি এৰিছে।

একেদৰে আগষ্ট মাহত ৪৩ লাখ লোকে চাকৰি এৰিছে।

সেইবাবেই আজিৰ তাৰিখত আমেৰিকাত খালী হৈ পৰা পদৰ সংখ্যা হৈছেগৈ ১ কোটি৪ লাখ।যি কথা ভাৰতৰ দৰে দেশত কল্পনাও কৰিব নোৱাৰি।

কিন্তু আমেৰিকাত এনে কি পৰিস্থিতি হৈছে যে লাখ লাখ লোকে লোভনীয় দৰমহাৰ চাকৰি এৰি দিছে?

দৰাচলতে মাৰ্কিন লোকসকলৰ আত্মবিশ্বাস এতিয়া পূৰ্বতকৈ বহু গুণে বৃদ্ধি পাইছে।

তেওঁলোকে মনতে এই বিশ্বাস ৰাখিব পাৰিছে যে চাকৰি এৰি দিলেও তেওঁলোকে অধিক দৰমহাৰ আন চাকৰি এটা অতি সহজে যোগাৰ কৰি ল’ব পাৰিব।

তদুপৰি মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনে গ্ৰহণ কৰা অৰ্থনৈতিক সংস্কাৰ নীতিৰ বাবে আমেৰিকাৰ বিভিন্ন দপ্তৰত এতিয়া লাখ লাখ নতুন পদৰ সৃষ্টি হৈছে।

সেয়ে এটা চাকৰি এৰি দি আন এটা চাকৰি যোগাৰ কৰি লোৱাটো এতিয়া মাৰ্কিন লোকৰ বাবে ভাতৰ লগত পানী খোৱাৰ দৰে কথা হৈ পৰিছে।

ক’ভিড আতংক আঁতৰি যোৱা নাই বাবে আমেৰিকাৰ বহু চাকৰিয়াল মহিলাই তেওঁলোকৰ সন্তানৰ প্ৰতিপালনৰ বাবে পুনৰ কামলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাই।

সেইবাবেও বহু মহিলাই চাকৰি এৰি দিছে।ক’ভিডৰ সময়ত মাৰ্কিন চৰকাৰে কৰ্মস্থললৈ যাব নোৱাৰা কৰ্মচাৰীসকলৰ বাবে বিশেষ ভাট্টা প্ৰদানৰ ব্যৱস্থা কৰিছিল।

সেই ভাট্টাৰ ধন লাভ কৰিও বহুতে যথেষ্ট ধন সঞ্চয় কৰিবলৈ সক্ষম হৈছে। হাতত পৰ্যাপ্ত ধন থকাৰ বাবেও বহুতে চাকৰি এৰি দিবলৈ সাহস পাইছে।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd