• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত ৪৬ তম অসম ৰাজ্যিক আন্তঃজিলা দেহশ্ৰী প্ৰতিযোগিতা অনুষ্ঠিত

প্ৰথমবাৰৰ বাবে অনুষ্ঠিত মহিলাৰ দেহশ্ৰী ও ফিটনেছ প্ৰতিযোগিতা

NE NOW NEWS মিটু খাটনিয়াৰ  
মাজুলী , December 20, 2018 7:08 pm

1 min read

9517806f-b52d-476d-bffe-4d2eab721b44
186
VIEWS
Share on FacebookShare on Twitter

মাজুলী জিলা শৰীৰ চৰ্চা সন্থাৰ উদ্যোগত আৰু অসম শৰীৰ চৰ্চা আৰু ফিটনেছ সন্থাৰ উদ্যোগত মাজুলী কমলাবাৰী ক্ৰীড়া প্ৰকল্পত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৪৬ তম্ সদৌ অসম দেহশ্ৰী প্ৰতিযোগিতা। বৰ্তমান সময়ত বিশ্বজুৰি বহুল জনপ্ৰিয়তা লাভ কৰা শৰীৰ চৰ্চা ক্ৰীড়াৰ বাবে প্ৰয়োজনীয় আন্তগাঁথনিৰ অভাৱত আজিও মাজুলীৰ বহু প্ৰতিভাৰ বিকাশ সম্ভৱ হোৱা নাই।

সেয়ে মাজুলীত এই ক্ৰীড়াৰ প্ৰসাৰতা বৃদ্ধি আৰু ক্ৰীড়া বিধৰ অনুশীলনৰ বাবে এক পৰিবেশ সৃষ্টিৰ উদেশ্যে আয়োজিত হোৱা দেহশ্ৰী প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ দুশ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে।

প্ৰতিযোগিতাত মিষ্টাৰ অসম খিতাপ দখল কৰে বৰপেটাৰ  খঞ্জন প্ৰতিম তালুকদাৰে। অসমত পোন প্ৰথমবাৰলৈ মহিলাৰ দেহশ্ৰী ও ফিটনেচ্ প্ৰতিযোগিতাও অনুষ্ঠিত হয় ।মিছ অসম খিতাপ দখল কৰে বাক্সা জিলাৰ হিমানী বড়োৱে। তেওঁ অসমৰ প্ৰথম গৰাকী শ্ৰেষ্ঠ মহিলা বডী বিল্ডাৰ হিচাপে খিতাপ অৰ্জন কৰে ।

Recent News

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd