DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৪৮ ঘণ্টীয়া অসম বন্ধ প্ৰত্যাহাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2020 8:37 pm
Bandh-780x405-570x320

প্রতিনিধিত্বমূলক ছবি

2.5k
VIEWS
Share on FacebookShare on Twitter

গাৰো স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবীত য়ুনাইটেড গাৰো অটন’মাছ কাউন্সিল ম’ভমেণ্ট কমিটীয়ে (UGACMC) আহ্বান দিয়া ৪৮ ঘণ্টীয়া অসম বন্ধ প্ৰত্যাহাৰ কৰিছে।

আজি পুৱা ৫ বজাৰ পৰা ৩০ জানুৱাৰিৰ পুৱা বজালৈ এই বন্ধৰ আহ্বান দিয়া হৈছিল।

“আমি গোৱালপাৰা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই চৰকাৰৰ সৈতে আলোচনা কৰাই দিয়াৰ নিশ্চয়তা দিয়া বাবে বন্ধটো প্ৰত্যাহাৰ কৰিলো। কিন্তু যদিহে আলোচনাটো বিফল হয়, তেন্তে আমি আন্দোলন অব্যাহত ৰাখিম”, UGACMC-ৰ সভাপতি এলেক্স কে চাংমাই কয়।

আনহাতে যদিও বন্ধ প্ৰত্যাহাৰ কৰা বুলি কমিটীয়ে ঘোষণা কৰিছে, কিছু সংখ্যক বন্ধৰ সমৰ্থকে আজি পুৱা জিলাখনৰ অসম-মেঘালয়ৰ সীমাত বাণিজ্যিক যান-বাহনলৈ শিল দলিওৱা বুলি অভিযোগ উত্থাপিত হৈছে।

নখমাখুন্দিত দুৰ্বৃত্তৰ শিল বৰ্ষণত এখন ট্ৰাকৰ গ্লাছ ভাগে বুলি খবৰ পোৱা গৈছে। পাইকান নামৰ ঠাইখনতো শিল দলিওৱাৰ আন এটা ঘটনা ঘটাৰ বাতৰি পোৱা গৈছে।

উল্লেখযোগ্য যে ২৭ জানুৱাৰিত বড়ো শান্তি চুক্তি স্বাক্ষৰৰ জৰিয়তে কেন্দ্ৰই অসমত বড়োসকলৰ আন্দোলনৰ এটা সমাধান আনিলে যদিও আন একাংশই একেই পথেৰে প্ৰাপ্য আদায়ৰ বাবে টঙালি বান্ধিছে।

আনহাতে নামনি অসমত বড়ো শান্তি চুক্তিক লৈও মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে আৰু অবড়োসকলে ঠায়ে ঠায়ে ইয়াৰ প্ৰতিবাদ কৰিছে।

Recent News

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd