• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন : ৫ গৰাকী অপৰাধজনিত গোচৰত অভিযুক্ত, ১১ গৰাকী দশম শ্ৰেণীলৈ পঢ়া প্ৰাৰ্থী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2019 8:39 am
Election-Commission-of-India-770x433

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনীতিক অপৰাধীকৰণৰ বিৰুদ্ধে সময়ে সময়ে দেশত ব্যাপক চৰ্চা চলি আহিলেও নিৰ্বাচনী ৰাজনীতিত অপৰাধীৰ অংশগ্ৰহণ ৰোধ কৰাটো সম্ভৱ হৈ উঠা নাই। হত্যা, বলাৎকাৰ, অপহৰণ আৰু ডকাইতিৰ দৰে গুৰুতৰ অপৰাধত অভিযুক্তইয়ো  ৰাজনৈতিক সুৰক্ষাৰ স্বাৰ্থতেই নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱাহে দেখা গৈছে।

দেশৰ আন প্ৰান্তৰ দৰে অসমতো বিভিন্ন অপৰাধত অভিযুক্তই নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশৰ ক্ষেত্ৰত প্ৰচেষ্টা চলাই আহিছে।

Apply Now

অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ পাঁচটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিভিন্ন অপৰাধত অভিযুক্ত পাঁচগৰাকী প্ৰাৰ্থীয়ে। নিৰ্বাচনী মনোনয়ন-পত্ৰৰ সৈতে দাখিল কৰা শপতনামা অনুসৰি অভিযুক্ত পাঁচগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে ভাৰতীয় দণ্ডবিধিৰ ১২টাকৈ গুৰুতৰ ধাৰা।

প্ৰথম পৰ্যায়ত হ’বলগীয়া ডিব্ৰুগড়, যোৰহাট, কলিয়াবৰ, লখিমপুৰ, আৰু তেজপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ক্ৰমে তেজপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জিয়াবুৰ ৰহমান, ডিব্ৰুগড় সমষ্টিৰ এন পি পি প্ৰাৰ্থী ভৱেন বৰুৱা, তেজপুৰ সমষ্টিৰ এচিপি প্ৰাৰ্থী মহেন্দ্ৰ ভূঞা, কলিয়াবৰ সমষ্টিৰ হিন্দুস্তান নিৰ্মাণ দলৰ প্ৰাৰ্থী দিগন্ত কুমাৰ শইকীয়া আৰু নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈৰ বিৰুদ্ধে ৰুজু হৈ আছে অপৰাধজনিত গোচৰ।

আছাম ইলেকশ্যন ৱাটচে প্ৰকাশ কৰা তথ্য অনুসৰি নিৰ্দলীয় প্ৰাৰ্থী জিয়াবুৰ ৰহমান খানৰ বিৰুদ্ধে দুটাকৈ অপৰাধজনিত গোচৰ ৰুজু হৈ আছে। প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে হত্যা, ডকাইতি, অপহৰণৰ দৰে পাঁচটা গুৰুতৰ ধাৰাত এই গোচৰ ৰুজু হৈ আছে।

ইপিনে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বহুকেইজন মেট্ৰিক অনুত্তীৰ্ণ প্ৰাৰ্থীয়েও। শপতনামাত দাখিল কৰা তথ্য অনুসৰি, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ ৪১গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৮গৰাকী প্ৰাৰ্থী স্নাতক অনুত্তীৰ্ণ।

ইয়াৰ বিপৰীতে ১১গৰাকী প্ৰাৰ্থী মাত্ৰ দশম শ্ৰেণীলৈ পঢ়া আৰু পাঁচগৰাকী প্ৰাৰ্থীয়ে দ্বাদশ শ্ৰেণীলৈ অধ্যয়ন কৰিছিল।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

October 27, 2026 6:16 pm
ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

October 27, 2026 4:34 pm
দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 27, 2026 2:55 pm
ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

October 27, 2026 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

October 27, 2026 6:16 pm
ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

October 27, 2026 4:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd