• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফেব্ৰুৱাৰিৰ পৰাই ৰাজ্যখনত সপ্তাহত হ’ব পাঁচটা কৰ্মদিন; বন্ধ থাকিব প্ৰতিটো শনিবাৰ-দেওবাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2020 3:29 pm
govt office

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

11.1k
VIEWS
Share on FacebookShare on Twitter

ফেব্ৰুৱাৰিৰ ২৯ তাৰিখৰ পৰা সপ্তাহত পাঁচটা কৰ্মদিন হ’ব বুলি ঘোষণা কৰিছে উদ্ধৱ থাকৰে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে।

এতিয়াৰে পৰা ৰাজ্যখনত শনিবাৰ আৰু দেওবাৰটো বন্ধৰ দিন হ’ব যাৰ বাবে কৰ্মচাৰী সকলে প্ৰতিদিনে ৪৫ মিনিট অতিৰিক্তকৈ সেৱা আগবঢ়াব লাগিব।

মহাৰাষ্ট্ৰ কেবিনেটৰ বৈঠকত এই সম্পৰ্কত পূৰ্বে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰত চৰকাৰী, অৰ্ধচৰকাৰী আৰু স্থানীয় কৰ্মক্ষেত্ৰত প্ৰায় ২০ লাখ কৰ্মচাৰীয়ে কাম কৰি আছে।

‘ফেক্টৰীছ এক্ট এণ্ড ইণ্ডাষ্ট্ৰিয়েল দিছপুট এক্ট’ৰ অধীনৰ কৰ্মচাৰী সকলৰ ক্ষেত্ৰত এই নতুন নিয়ম কাৰ্য্যকৰী নহ’ব।

তদুপৰি, গুৰুত্বপূৰ্ণ সেৱাত ব্ৰতী হৈ থকা চৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক এই নিয়মৰ পৰা বাদ দিয়া হৈছে।

এই নতুন নিয়মৰ ফলত প্ৰায় ১৫ লাখ কৰ্মচাৰী উপকৃত হ’ব বুলি আশা কৰা গৈছে।

বৰ্তমানলৈ ৰাজ্যিক কৰ্মচাৰী সকলে মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰত বন্ধ লাভ কৰি আহিছিল।

‘‘এই নতুন নিয়মৰ ফলত কৰ্মচাৰী সকলে পৰিয়ালৰ লোকক অধিক সময় দিব পাৰিব আৰু জীৱন ধাৰণৰ শৈলী উন্নত হ’ব। এইক্ষেত্ৰত বিদ্যুৎ, পেট্ৰ’ল আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত চৰকাৰৰো কিছু ৰেহাই হ’ব,’’ মহাৰাষ্ট্ৰ চৰকাৰৰ এগৰাকী দায়িত্বশীল বিষয়াই কয়।

মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে মহাৰাষ্ট্ৰৰ গেজেটেত বিষয়া সকলৰ সন্মিলনত অংশলোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।

১৯৮৫ চনত মহাৰাষ্ট্ৰত সপ্তাহত পাঁচ দিনীয়া কৰ্মদিনৰ নিয়ম বলবৎ কৰা হৈছিল। এইক্ষেত্ৰত ‘চেন্টাৰ ফ’ৰ্থ পে কমিছনে’ ১৯৮৬ চনত সপ্তাহৰ বাকী থকা কৰ্মদিনকেইটাত ৪৫ মিনিট কৈ অতিৰিক্ত সময় বৃদ্ধিৰ বাবে নিৰ্দেশ দিছিল যাৰবাবে কৰ্মচাৰী পৰিষদে ইয়াৰ বিৰোধিতা কৰিছিল আৰু সপ্তাহত পাঁচ দিনীয়া কৰ্মদিনৰ নিয়মৰ বিলুপ্তি ঘটিছিল।

নতুন নিয়ম অনুসৰি এতিয়া ফেব্ৰুৱাৰিৰ ২৯ তাৰিখৰ পৰা মহাৰাষ্ট্ৰত নতুন কৰ্মসময় হ’ব ৰাতিপুৱা ৯.৪৫ ৰ পৰা সন্ধিয়া ৬.১৫ বজালৈ।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd