• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তামুলপুৰৰ পৰা গুজৰাটলৈ বাছেৰে কিশোৰী সৰবৰাহৰ চেষ্টা, পাঁচ মানৱ সৰবৰাহকাৰীসহ বাছ জব্দ কৰিলে আৰক্ষীয়ে

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
June 23, 2021 2:05 pm
dog

*

337
VIEWS
Share on FacebookShare on Twitter

বাক্সাৰ তামুলপুৰৰ ভাৰত-ভুটান সীমান্তত মানৱ সৰবৰাহৰ ঘটনা।

চৰকাৰে বেটি বচাও- বেটি পঢ়াও শ্লোগান দিয়াৰ সময়তে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ পৰা কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে কেইবাগৰাকীও মহিলা- কিশোৰীক গুজৰাট নিবলৈ চেষ্টা কৰাৰ অৱস্থাত কেইবা গৰাকী মহিলা আৰু কিশোৰীক আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে পাঁচ জনকৈ মানৱ সৰহবৰাহকাৰীক আটক কৰে।

GJ14V7111 নম্বৰৰ বাছ এখনেৰে গুজৰাট অভিমুখে যাত্ৰা কৰাৰ সময়তে কুমাৰীকাটাত আৰক্ষীৰ দলে বাছখনৰ চালক আৰু এজেণ্টক আটক কৰাৰ লগতে উদ্ধাৰ কৰে কেইবাগৰাকী মহিলা সহ সাত গৰাকী কিশোৰীক।

কিশোৰীৰ পৰিয়ালৰ লোকক অৱগত নকৰাকৈ কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভনেৰে ফুচলাই গুজৰাটৰ বিভিন্ন ঠাইত মাছ ফেক্টৰীত কাম দিয়াৰ প্ৰলোভনেৰে কিশোৰী-মহিলাক গোপনে গুজৰাটলৈ নিয়াৰ চেষ্টা চলাইছিল দুষ্ট চক্ৰই।

গোপন সূত্ৰৰ পম খেদি মঙ্গলবাৰে পুৱা কুমাৰীকাটাত আৰক্ষীয়ে কিশোৰী আৰু মহিলা কঢ়িয়াই অনা বাছখন জব্দ কৰে।

গুজৰাটৰ ৰামেশ্বৰী নামৰ মাছৰ ফেক্টৰীত এইসকল মহিলা-যুৱতী- কিশোৰীক কৰ্ম সংস্থাপন দিয়াৰ বাবে গুজৰাটৰ পৰা অসমলৈ আহিছিল বাছ খন।

আৰক্ষীয়ে আটক কৰা সকলৰ ভিতৰত আছে বাছ খনৰ চালক, তেওঁৰ পত্নী আৰু অন্য তিনি গৰাকী মহিলা।

এই সকলৰ বিৰুদ্ধে নিজাববীয়াকৈ এজাহাৰ দাখিল কৰিছে কুমাৰীকাটা আৰক্ষীয়ে।
আটাকাধীন লোক কেইজনৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰা হৈছে।
দীর্ঘ দিনে মানৱ সৰবৰাহৰ সৈতে জড়িত হৈ থকাৰ অভিযোগ আছে আৰক্ষীয়ে আটক কৰা লোক কেইজনৰ বিৰুদ্ধে।

প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যত আন্তজিলা যাতায়ত বন্ধ হৈ থকাৰ সময়তে কি দৰে অসম আহি পালে গুজৰাটৰ পৰা বাছখন ?

তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাই কুমাৰীকাটা আৰক্ষী চকীত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

তদন্তৰ খাতিৰত নাম প্ৰকাশ কৰিব বিচৰা নাই আটক কৰা মানৱ সৰবৰাহকাৰীৰ।
উদ্ধাৰ কৰা সাত গৰাকী কিশোৰীক বাক্সা জিলা শিশু কল্যাণ সমিতিত হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd