DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ইউক্ৰেইনৰ ৰে’লৱে আন্ত:গাঁথনিত ৰাছিয়াৰ আক্ৰমণ; ৫ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2022 5:59 pm
Russia-Ukraine war
173
VIEWS
Share on FacebookShare on Twitter

দুমাহ অতিক্ৰম কৰা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে সোমবাৰে কেন্দ্ৰীয় ইউক্ৰেইন অঞ্চল ভিনিটচিয়াৰ ৰে’লৱে আন্তঃগাঁথনিৰ ওপৰত ৰাছিয়াৰ আক্ৰমণত কমেও পাঁচজন লোক নিহত হোৱাৰ লগতে ১৮ জন ব্যক্তি আহত হোৱাৰ খবৰ পোৱা গৈছে।

ইউক্ৰেইনৰ প্ৰচিকিউটৰ জেনেৰেলৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়াত এক বিবৃতিত কয় যে প্ৰাথমিক তথ্যমতে পাঁচজন লোকৰ মৃত্যু হৈছে আৰু ১৮ জন আহত হৈছে। বৰ্তমান উদ্ধাৰ অভিযান চলি আছে বুলিও কৰ্তৃপক্ষই উল্লেখ কৰে।

ৰাছিয়াৰ বাহিনীয়ে দুমাহধৰি চলি থকা সামৰিক আক্ৰমণৰ সময়ছোৱাত ইউক্ৰেইনৰ অসামৰিক আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱা বুলি ব্যাপকভাৱে অভিযোগ উত্থাপিত হৈছে।

স্থানীয় কৰ্তৃপক্ষই অভিযোগ কৰিছে যে ৰাছিয়াৰ বাহিনীয়ে ঝামেৰিঙ্কা আৰু কোজিয়াটিন চহৰৰ ওচৰৰ পৰিবহন আন্তঃগাঁথনিত আক্ৰমণ কৰিবলৈ ৰকেট ব্যৱহাৰ কৰিছে।

ইউক্ৰেইন ৰে’লৱেৰ মুৰব্বী আলেকজেণ্ডাৰ কামিশিনে ইয়াৰ পূৰ্বে মস্কোৰ সেনাই ৰে’লৰ আন্তঃগাঁথনি প্ৰণালীবদ্ধভাৱে ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

“আজি পুৱা এঘণ্টাৰ ভিতৰতে মধ্য আৰু পশ্চিম ইউক্ৰেইনৰ পাঁচটা ৰে’ল ষ্টেচন আক্ৰমণৰ সন্মুখীন হৈছিল। এই আক্ৰমণৰ বাবে কমেও ১৬ খন যাত্ৰীবাহী ৰে’লৰ পৰিবহনত বিলম্ব হ’ব।” -এক বিবৃতিত তেওঁ কয়।

চলিত মাহৰ আৰম্ভণিতে ইউক্ৰেইনৰ পূব চহৰ ক্ৰামাটৰ্স্কত সাধাৰণ নাগৰিকৰ স্থানান্তৰৰ বাবে ব্যৱহৃত ৰেল ষ্টেচনত ৰাছিয়াৰ আক্ৰমণত কেইবাগৰাকীও লোক নিহত হৈছিল।

Recent News

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

World's Shortest Adolescent

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd