• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰিত্যক্ত গাড়ীৰ পৰা জব্দ কোটি কোটি টকা; ৫২ কেজি সোণো উদ্ধাৰ! কিন্তু ঘটনা ক’ৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2024 8:44 pm
512
VIEWS
Share on FacebookShare on Twitter

ভোপালত আয়কৰ বিভাগৰ বিষয়াসকলে অভিযান চলাই কোটি কোটি টকাৰ সোণ আৰু নগদ ধন জব্দ কৰে। সূত্ৰ অনুসৰি এই ধন লুকুৱাই ৰখা হৈছিল। ইয়াৰ লগত ৰাজনৈতিক নেতা, চৰকাৰী আমোলা আৰু ৰিয়েল এষ্টেট ব্যৱসায়ী জড়িত থকাৰ সন্দেহ কৰা হৈছে।

যোৱা দুদিন ধৰি আয়কৰ বিভাগে ক’লা ধনৰ সন্ধানত ভোপালত অহৰহ অভিযান চলাই আহিছে৷ গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি ইতিমধ্যে বহু ঠাইত আক্ৰমণ কৰা হৈছে।

শুকুৰবাৰে ভোপালৰ মেন্দ্ৰি বনাঞ্চলত উপস্থিত হয় আৰক্ষী। আৰক্ষী বাহিনীয়ে ৩০খন বাহনেৰে অঞ্চলটো ঘেৰাও কৰে। গাড়ীৰ পৰা মানুহ দৌৰি যায়। আৰক্ষীৰ মতে, গাড়ী এৰি পলাই যায় যদিও সকলো টকাৰ বেগ লৈ যোৱা নাই। ফলত ই তাতেই থাকে। পিছত পৰিত্যক্ত গাড়ীখনৰ পৰা ৪০ কোটি টকাৰ ৫২ কেজি সোণৰ বিস্কুট উদ্ধাৰ কৰাৰ লগতে ১০ কোটি টকা জব্দ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে গাড়ীখন গোৱালিয়ৰৰ চেতন গৌড়া নামৰ এজন বাসিন্দাৰ। যাৰ সৈতে আঞ্চলিক পৰিবহণ কাৰ্যালয়ৰ প্ৰাক্তন কনিষ্টবল বা আৰ টি অ’ সৌৰভ শৰ্মাক সংযোজন কৰা হয়।

এই সৌৰভ শৰ্মাৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন হৈছে। এই সোণ আৰু ধনৰ লগত তেওঁৰ সম্পৰ্ক থাকিব পাৰে বুলি বিশ্বাস কৰা হয়।

কাৰণ মঙলবাৰে তেওঁৰ ঘৰত আৰক্ষীয়ে অভিযান চলাইছিল। তাৰ পৰা কোটি কোটি নগদ ধনো জব্দ কৰা হয়। ৫০০ গ্ৰাম সোণ, হীৰা আৰু ৰূপৰ মুদ্ৰা উদ্ধাৰ কৰা হয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd