• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চলত বিজেপি সভাপতি অমিত শ্বাহৰ নিৰ্বাচনী ভ্ৰমণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 6, 2018 8:09 pm

1 min read

কামাখ্যা মন্দিৰ দৰ্শণ অমিত শ্বাহৰ
135
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচন কেন্দ্ৰিক ভ্ৰমণসুচী লৈ উত্তৰ-পূৰ্বাঞ্চললৈ অহা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অমিত শ্বাহে আজি গুৱাহাটীত উপস্থিত হৈ নীলাচল পাহাৰত অৱস্থিত ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰ দৰ্শণ কৰে। ইয়াৰ পিছতে তেওঁ মেঘালয় অভিমুখে ৰাওনা হয়। মেঘালয় আৰু ত্ৰিপুৰাত হ’ব লগীয়া আগন্তুক নিৰ্বাচনক লৈ দুদিনীয়া ভ্ৰমনসুচীৰে অহা বিজেপি সভাপতি গৰাকীয়ে শনিবাৰে মেঘালয়ৰ গাৰো পাহাৰত অৱস্থিত তিক্ৰিকিল্লাত অনুষ্টিত এখন জনসভাক সম্বোধন কৰে। কংগ্ৰেছ শাসিত ৰাজ্যখনত অমিত শ্বাহৰ এই ভ্ৰমণে গাৰো পাহাৰৰ ভোটাৰ সকলৰ মাজত যথেষ্ঠ প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। আজি নিশাটো শ্বিলঙত কটাই তেওঁ দেওবাৰে পুৱাই ত্ৰিপুৰালৈ ৰাওনা হ’ব। উল্লেখযোগ্য যে মেঘালয় আৰু ত্ৰিপুৰাত অহা ফেব্ৰুৱাৰি মাহত হ’ব লগীয়া নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত  বিজেপি সভাপতি গৰাকীৰ উক্ত ভ্ৰমনে যথেষ্ট তাৎপৰ্য বহন কৰিছে। নেতাজনক ভ্ৰমণসুচীটোত জেষ্ঠ বিজেপি নেতা ৰাম মাধৱ আৰু মহেন্দ্ৰ সিঙৰ উপৰি অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সংগ দিয়ে।

আনহাতে যোৱা বছৰৰ ডিচেম্বৰ মাহত মেঘালয় ভ্ৰমণ কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডিয়ে শ্বিলংত অনুষ্ঠিত এখন জনসমাৱেসক সম্বোধন কৰি ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল।

 

Recent News

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd