• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসম চুক্তিৰ আধাৰত হ’ব লাগে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ- ৰিপুন বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 7, 2018 6:54 pm
ৰিপুন বৰা

ৰিপুন বৰা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম-কাজ হ’ব লাগে। অসম চুক্তিক কেৱল এক চুক্তি বুলিব নোৱাৰি। অসম চুক্তিৰ আধাৰত ভাৰতীয় সংবিধানত ৬(ক) অনুচ্ছেদ যোগ হৈছে’। ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিয়ে ৰিপুন বৰাই আজি ৰাজীৱ ভৱনত এক সংবাদমেলত এন আৰ চিৰ বিষয়ে মত দিবলৈ গৈ অসম চুক্তি সন্দৰ্ভত তাৎপৰ্য্যপূৰ্ণভাৱে এই মন্তব্য কৰে।

যোৱা শুক্ৰবাৰে কংগ্ৰেছৰ কেইগৰাকীমান জ্যেষ্ঠ নেতাই ৰাজ্যৰ ১৩ খন জিলাৰ ২০৮ টা এন আৰ চি সেৱাকেন্দ্ৰত লেহেমীয়া কাম-কাজৰ তদন্ত দাবী কৰি প্ৰতীক হাজেলাক এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ প্ৰসংগত বৰাই কয়, ‘অৱশ্যে এন আৰ চিৰ প্ৰথম খচৰা্ত কিছু মানুহৰ নামৰ ক্ষেত্ৰত হোৱা ভুলবোৰ মানৱীয় ভুল।’

Apply Now

তদুপৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা প্ৰত্যেকগৰাকী লোকৰ নাম নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰিবৰ বাবে এন আৰ চি কৰ্তৃপক্ষক তেওঁ আহ্বান জনায়। বৰাই লগতে কয়, ‘যদি কোনো প্ৰকৃত ভাৰতীয়ৰ নাম নাগৰিকপঞ্জীৰ পৰা বাদ পৰি যায় তেন্তে সেইসকলক নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ দলে গণতান্ত্ৰিক পদ্ধতিৰে সহায়-সহযোগিতা আগবঢ়াব।’

বৰাকৰ কংগ্ৰেছ নেতা সুস্মিতা দেব, কমলাক্ষ পুৰকায়স্থ আৰু ছিদ্দিক আহমেদে এন আৰ চিক লৈ কৰা মন্তব্যৰ ক্ষেত্ৰত সাংবাদিকে তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয় যে, ‘তেওঁলোকে কৰা মন্তব্য সম্পূৰ্ণ নিজাববীয়া। তেওঁলোক কংগ্ৰেছ দলত আছে কিন্তু তেওঁলোকে আৱেগৰ বশৱৰ্তী হৈ এনেকুৱাধৰণৰ মন্তব্য আগবঢ়াইছে আৰু এই ক্ষেত্ৰত কংগ্ৰেছৰ দলটো দায়ী নহয়। অৱশ্যে কংগ্ৰেছ দলৰ সভাপতি, সম্পাদক অথবা দ্বায়িত্বত থকা জ্যেষ্ঠ নেতাই তেনেকুৱা ধৰণৰ বিতৰ্কিত মন্তব্য কৰিলে কংগ্ৰেছ দলটোৱে দায়ী হ’ব।’

আজিৰ সংবাদমেলত ৰিপুন বৰাৰ সৈতে জ্যেষ্ঠ কংগ্ৰেছী নেতা ভূমিধৰ বৰ্মন, শৰৎ বৰকটকী আৰু প্ৰদ্যুৎ বৰদলৈও উপস্থিত আছিল।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd