DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত ১১ আৰু ১২ জানুৱাৰিত ইষ্ট ইণ্ডিয়া ফেশ্বন ৱীক

পায়েল ভট্টাচাৰ্জি by পায়েল ভট্টাচাৰ্জি
January 7, 2018 8:24 pm
ইষ্ট ইণ্ডিয়া ফেশ্বন ৱীক

ইষ্ট ইণ্ডিয়া ফেশ্বন ৱীক

95
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ তাজ ৱিৱান্তাত অনুষ্ঠিত হ’ব ইষ্ট ইণ্ডিয়া ফেশ্বন ৱীক। জানুৱাৰিৰ ১১ আৰু ১২ তাৰিখে এই দুদিনীয়া মহা উৎসৱ অনুষ্ঠিত হ’ব।

গুৱাহাটীৰ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ অংশ ৰয়েল স্কুল অৱ ফেশ্বন ডিজাইন এণ্ড টে’ক্নলজিৰ সহযোগত এই অনুষ্ঠান্টোৰ আয়োজন কৰিছে নৰ্থ-ইষ্ট ইণ্ডিয়া এফ ডি চি আৰু পানাচে গ্ৰুপে।

এই প্ৰদৰ্শনীত ফেশ্বন জগতৰ প্ৰতিষ্ঠিত ডিজাইনাৰ সকলৰ লগতে ৰয়েল স্কুল অৱ ফেশ্বন ডিজাইন এণ্ড টে’ক্নলজিৰ শিক্ষাৰ্থী সকলেও নিজৰ সৃষ্টি প্ৰদৰ্শন কৰিব। দেশৰ বিভিন্ন প্ৰান্তৰ ডিজাইনাৰে এই প্ৰদৰ্শনীত অংশ ল’ব।

প্ৰদৰ্শনীটোত অংশগ্ৰহণ কৰিবলগীয়া কিছু ডিজাইনাৰ/ ব্ৰেণ্ড হ’ল কন্যাক, অনুৰাধা কুলি, আগৰ, কুনাল কৌশিক, কবিতা বৰুৱা মেধি, পূজা খেম্কা আদি।

এই অনুষ্ঠানটোৰ আনুষ্ঠানিক পৰিচালক হ’ব বলিউডি ফেশ্বন প্ৰদৰ্শনী পৰিচালক কুনাল কৌশিক।

Recent News

এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd