• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

তামিলনাডুৰ বিনিয়োগকাৰীক অসমত বিনিয়োগ কৰাৰ বাবে আহ্বান মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2018 10:10 pm
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসম চৰকাৰে ৰাজ্যখনত বাণিজ্য অনুকূল পৰিৱেশ নিৰ্মাণেৰে বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। এক্ট ইষ্ট নীতিয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকে দক্ষিণ পূব এছিয়াৰ সৈতে ভাৰতৰ যোগসূত্ৰিতাৰ প্ৰধান কেন্দ্ৰত পৰিণত কৰিছে।’ এডভাণ্টেজ আছাম : বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ৰ অংশ ৰূপে চেন্নাইত অনুষ্ঠিত হোৱা এক ৰ’ড শ্ব’ত অংশ গ্ৰহণ কৰি তামিল নাডুৰ বিভিন্ন কোম্পানীক অসমত বিনিয়োগৰ বাবে আহ্বান জনাই আজি এইদৰে কয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগী সকলক বিশ্ব প্ৰেক্ষাপটত তুলি ধৰাৰ লগতে দেশী-বিদেশী কোম্পানী সমূহৰ পৰা বিনিয়োগ আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে অহা মাহত অসমে এডভাণ্টেজ আছাম : বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ৰ আয়োজন কৰিছে বুলি অৱগত কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে এই সন্মিলনৰ জৰিয়তে বাংলাদেশ, ভূটান, নেপাল আৰু আছিয়ান দেশ সমূহৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায়িক সম্পৰ্ক গঢ়ি তুলি অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Apply Now

বিশুদ্ধ জলবায়ু আৰু জৈৱ বৈচিত্ৰ্যতা ৰাজ্যখনৰ সম্পদ বুলি উল্লেখ কৰি ৰাজ্যত পৰ্যটন গোট স্থাপনৰ ক্ষেত্ৰত চৰকাৰে কৰ ৰেহাই আৰু মূলধনী ৰাজ সাহায্য দিয়াৰ কথাও মুখ্য মন্ত্ৰীজনে উল্লেখ কৰে।

অসমৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত চলচ্চিত্ৰ দৃশ্য গ্ৰহণৰ বাবে তামিল চলচ্চিত্ৰ নিৰ্মাতা সকলক আহ্বান জনায় মুখ্য মন্ত্ৰীয়ে এই ক্ষেত্ৰত তেওঁলোকক আকৰ্ষণীয় উদগনিমূলক সাহায্য প্ৰদান কৰিব বুলিও আশ্বাস দিয়ে।

ৰ’ড শ্ব’ৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে বিভিন্ন বৃহৎ ব্যৱসায়িক গোষ্ঠী সমূহৰ মুৰব্বী সকলৰ সৈতে আলোচনাত মিলিত হয়।

আজিৰ ৰ’ড শ্ব’ত মুখ্য মন্ত্ৰীৰ সৈতে ৰাজ্যৰ তথ্য প্ৰযুক্তি আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিব আৰু ফিকি(FICCI) চেন্নাইৰ প্ৰতিনিধিও উপস্থিত থাকে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে প্ৰথম বাৰৰ বাবে এডভাণ্টেজ আছাম : বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ নামে বিনিয়োগকাৰী সন্মিলনৰ আয়োজন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd