DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১১ আৰু ১২ জানুৱাৰিত গুৱাহাটীৰ তাজ ভিভান্তা হোটেলত পূব ভাৰত ফেশ্বন সপ্তাহ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 9, 2018 9:22 pm
উত্তৰ-পূব ভাৰত ফেশ্বন আৰু ডিজাইন কাউঞ্চিলৰ স্ংবাদমেল

উত্তৰ-পূব ভাৰত ফেশ্বন আৰু ডিজাইন কাউঞ্চিলৰ স্ংবাদমেল

124
VIEWS
Share on FacebookShare on Twitter

অহা ১১ আৰু ১২ জানুৱাৰিত গুৱাহাটীৰ তাজ ভিভান্তা হোটেলত আয়োজন কৰা হৈছে পূব ভাৰত ফেশ্বন সপ্তাহ।

আজি এই সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত আয়োজক উত্তৰ-পূব ভাৰত ফেশ্বন আৰু ডিজাইন কাউঞ্চিল (Northeast India Fashion and Design Council)এ জনাই যে ১১ জানুৱাৰিৰ দুপৰীয়া ১ বজাত অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া স্বপ্ননীল বৰুৱাই উদ্বোধন কৰিব লগীয়া প্ৰদৰ্শনীটোৰ মুম্বাইৰ বিখ্যাত ডিজাইনাৰ অদিতি হ’লানিৰ অংশগ্ৰহণেৰে ৰাতি ৯ বজাত সামৰণি পৰিব। ১২ জানুৱাৰীত দিনৰ ১১ বজাত প্ৰদৰ্শনীৰ দুৱাৰ মুকলি হ’ব আৰু বিখ্যাত ডিজাইনাৰ অনুৰাধা কুলিৰ অংশ গ্ৰহণেৰে প্ৰদৰ্শনীখনৰ গ্ৰেণ্ড ফাইনেল ৰাতি ৯ বজাত সামৰণি পৰিব।

আয়োজকসকলে জনোৱা মতে প্ৰদৰ্শনীটোত উদীয়মান, প্ৰতিষ্ঠিত আৰু যশস্বী–এই তিনিধৰণৰ ডিজাইনাৰে অংশ গ্ৰহণ কৰিব।

‘২৬ গৰাকী স্থানীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিজাইনাৰ, ৪৫ গৰাকী স্থানীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা মডেল আৰু ২০ গৰাকী পুৰুষ মডেলে অংশ গ্ৰহণ কৰিব’ লগীয়া এই অনুষ্ঠানটো আয়োজক সকলে দাবী কৰা অনুসৰি ‘গুৱাহাটীত প্ৰথমবাৰৰ বাবে আয়োজিত প্ৰকৃত ফেশ্বন সপ্তাহ’।

আয়োজক সংগঠনটোৰ প্ৰতিষ্ঠাপক আৰু সভাপতি মেধা শইকীয়া আৰু সম্পাদিকা মেঘালী দাসে সংবাদ মাধ্যমক কয় যে, ‘এই ফেশ্বন সপ্তাহটোৰ মূল নীতি হৈছে নতুন ডিজাইনাৰ সকলক আগবঢ়াই অনা, সহায় কৰা আৰু এখন মঞ্চৰ পৰাই তেওঁলোকৰ সৃষ্টিশীলতাক দাঙি ধৰা। আমি ইয়াক এটা নিৰ্দিষ্ট দিনত অনুষ্ঠিত হোৱা এটা বাৰ্ষিক অনুষ্ঠান কৰিব খুজিছো যাতে ৰাষ্ট্ৰীয় ক্ৰেতা সকলে তেওঁলোকৰ প্ৰয়োজন সমূহ আগতীয়াকৈ নিশ্চিত কৰিব পাৰে। আমি আশা কৰিছো যে এই পূব ভাৰত ফেশ্বন সপ্তাহৰ যোগেদি উত্তৰ-পূব ভাৰতৰ ফেশ্বন উদ্যোগে এক গাঁথনিগত বিকাশ লাভ কৰিব।’

অনুষ্ঠানটোৰ আয়োজক উত্তৰ-পূব ভাৰত ফেশ্বন আৰু ডিজাইন কাউঞ্চিল আৰু পানাচে ইণ্ডিয়া।

আজিৰ স্ংবাদমেলত অভিনেত্ৰী নিশিতা গোস্বামী, দিল্লীৰ যশস্বী ফেশ্বন পৰিচালক কৌশিক ঘোষ, যশস্বী ফেশ্বন ডিজাইনাৰ মেহ্জাবিন ইৰ্শাদ আৰু জ্যোতি আৰু কাশ্মিৰীয়েও অংশগ্ৰহণ কৰে।

Recent News

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd